Month: November 2025

এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হয় এটি শিশু

এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হয় এটি শিশু। এই সন্দৰ্ভত শিশুটিয়ে মুখ্যমন্ত্ৰীক আবেদন দাখিল কৰিছিল। সেই আবেদনৰ ভিত্তিতে আজি তেওঁক এই বিশেষ দায়িত্ব অৰ্পন কৰা হয়।আজি ২০ নৱেম্বৰ, ২০২৫। সমগ্ৰ…

পুনৰ আন এক ভয়ংকৰ কাণ্ড

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কেইজনমান শ্ৰমিকে কয়লা জ্বলাইছিল। কিন্তু তাৰ পাছতে তেওঁলোকৰ মৃত্যু হয়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই ঘটনা সংঘটিত হৈছে…

ঘোষণা হল মেট্ৰিক পৰীক্ষাৰ দিন

ঘোষণা কৰা হৈছে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দৰে দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিন ৷ বুধবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰা অনুসৰি ১০…

বিমা গ্ৰাম এপিআইয়ে গ্ৰাম্য বীমা শক্তিশালী কৰাৰ আশা কৰা হৈছে, আইএচি-জীৱনে অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে

ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ(আইআৰডিএআই)ই ইঞ্চুৰেন্স এৱাৰনেছ কমিটী(বীমা সজাগতা সমিতি)ৰ দ্বাৰা বীমা গ্ৰাম এপিআইৰ শুভাৰম্ভণিক আদৰণি জনাইছে, ইয়াক গ্ৰাম্য বীমাৰ প্ৰৱেশৰ ক্ষেত্ৰত যুগান্তকাৰী বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ,…

ভাৰতত বিশ্বাসযোগ্য বিত্তীয় পৰামৰ্শৰ প্ৰসাৰৰ বাবে টাটা এআইএ জীৱন বীমা আৰু চিএনবিচি-টিভি১৮ অংশীদাৰ

দেশৰ বিত্তীয় পৰামৰ্শদাতা পৰিৱেশ শক্তিশালী কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে টাটা এআইএ লাইফ ইঞ্চুৰেন্সে চিএনবিচি-টিভি১৮ৰ সৈতে অংশীদাৰিত্ব কৰি বিশ্বাসযোগ্য আৰু দায়িত্বশীল বিত্তীয় পৰামৰ্শৰ ক্ৰমবৰ্ধমান গুৰুত্বক উজ্জ্বল কৰি তুলিছে। ভাৰতত দ্ৰুত…

শক্তিপীঠ কামাখ্যা ধামত পূজা অৰ্চনা ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ

শক্তিপীঠ কামাখ্যা ধামত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। বৃহস্পতিবাৰে পুৱাই মা কামাখ্যাৰ চৰণত পূজা-অৰ্চনা কৰে গৌতম গম্ভীৰে। উল্লেখ্য যে ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত, দক্ষিণ আফ্রিকাৰ টেষ্ট…

এপ’ল’ ফাৰ্মাচীয়ে পূব ভাৰতত ১০০০সংখ্যক ষ্ট’ৰ মুকলি কৰি সম্প্ৰসাৰণৰ এক বৃহৎ মাইলৰ খুঁটি চিহ্নিত কৰিছে

ভাৰতৰ সৰ্ববৃহৎ আৰু বিশ্বাসযোগ্য ফাৰ্মাচী নেটৱৰ্ক এপ’ল’ ফাৰ্মাচীয়ে পূব ভাৰতত ১০০০সংখ্যক ষ্ট’ৰ মুকলি কৰি সম্প্ৰসাৰণৰ এক বৃহৎ মাইলৰ খুঁটি চিহ্নিত কৰিছে। ১৭ নৱেম্বৰত দাৰ্জিলিঙত মুকলি কৰা এই নতুন আউটলেটটোৱে বাসিন্দাসকলক…

টিভিএছ ৰনিনে শিশু দিৱসত ‘সুৰক্ষাৰ কলা’ৰ জৰিয়তে বৃদ্ধি কৰিলে পথ সুৰক্ষা সজাগতা

টিভিএছ মটৰ কোম্পানীয়ে এই শিশু দিৱসৰ সৈতে সংগতি ৰাখি ১৪–১৬ নৱেম্বৰলৈ নয়ডাৰ কিডজেনিয়াত আয়োজন কৰা “সুৰক্ষাৰ কলা” পদক্ষেপৰ জৰিয়তে পথ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক শক্তিশালী কৰে। টিভিএছ ৰেচিং এক্স কিডজেনিয়া…

নতুন সময়সূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ সময়ত চলি অহা নিয়মত পৰিবৰ্তন দেখিবলৈ পোৱা যাব। কিয়নো মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহৰ বিৰতি থাকিব। টেষ্ট…

ভি-এ উদ্যোগৰ প্ৰথম ফেমিলী ইণ্টাৰনেচনেল ৰোমিং (আই আৰ) অফাৰসমূহ ঘোষণা কৰিছে

বিদেশত ভাৰতীয়ৰ ভ্ৰমণৰ পৰিসংখ্যা বৃদ্ধিৰ সময়ছোৱাত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ উদ্যোগৰ প্ৰথম ফেমিলী ইণ্টাৰনেচনেল ৰোমিং (আই আৰ) অফাৰসমূহ ঘোষণা কৰিছে। ইণ্ডিয়া ট্যুৰিজিম ডাটা কম্পেণ্ডিয়াম ২০২৫ অনুসৰি ২০২৪ চনত আউটবাউণ্ড…