Month: November 2025

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী। পুৱা ৮ বজাৰ পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্র…

মেদাণ্ট –দ্য মেডিচিটী, গুৰগাঁৱে অঞ্চলটোৰ ৰোগীসকলৰ বাবে এক নিৰ্দিষ্ট হেল্পলাইন মুকলি কৰিছে

উত্তৰ-পূৰ্বাঞ্চলত গুণগত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে নিৰ্বাচিত কৰা মেদাণ্ট –দ্য মেডিচিটী, গুৰগাঁৱে অঞ্চলটোৰ ৰোগীসকলৰ বাবে এক…

শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ মাজতে শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।জিলাখনত আৰক্ষীয়ে ধাৰাবাহিকভাৱে আৰক্ষীয়ে…

এক ভয়াৱহ দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ বন্ধুৱে

এক ভয়াৱহ দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ বন্ধুৱে। পথৰ কাষৰ এটা দ খাৱৈত তেওঁলোকে যাত্ৰা কৰা বাহনখন বাগৰি পৰাৰ ফলত কৰুণ মৃত্যু ঘটিছে যুৱককেইজনৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত।…

দিল্লীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে

দেশৰ ৰাজধানী নতুন দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ পুনৰ এবাৰ বায়ু প্ৰদূষণৰ চৰম পৰ্যায়ত উপনীত হৈছে। শীতকালি সমাগত হোৱাৰ লগে লগে দিল্লীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে, যাৰ ফলত জনস্বাস্থ্য আৰু…

পুনৰ ক্ষোভত হৈ পৰিছে নেপালৰ যুৱ প্ৰজন্ম

দুমাহৰ পাছত পুনৰ ক্ষোভত হৈ পৰিছে নেপালৰ যুৱ প্ৰজন্ম।নেপালত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে Gen-Zৰ প্ৰতিবাদে। Gen-Zৰ তীব্ৰ প্ৰতিবাদৰ ফলত দেশখনৰ শাসন ব্যৱস্থা সলনি হোৱাৰ দুমাহৰ পাছত পুনৰ ক্ষোভিত হৈ…

মিউচুৱেল ফাণ্ডৰ বিষয়ে বিনিয়োগকাৰীক জ্ঞান দিবলৈ অসমত ‘নিবেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে কেনাৰা ৰ’বেকোৱে

সমগ্ৰ ৰাজ্যতে মিউচুৱেল ফাণ্ড বিনিয়োগৰ সজাগতা বিয়পোৱাৰ লক্ষ্যৰে কেনাৰা ৰবেকো এচেট মেনেজমেণ্ট কোম্পানী লিমিটেডে অসমত বিনিয়োগকাৰী শিক্ষাৰ পদক্ষেপ ‘নিবেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে। এই ভ্ৰাম্যমান অভিযানে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু…

কাইলৈ পৰা গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

কাইলৈ ​​গুৱাহাটীৰ বৰ্ষাপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুখন টেষ্ট শৃংখলাৰ অন্তিমখন খেল। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব মেচখন, পুৱা ৮:৩০ বজাত টছ অনুষ্ঠিত হ’ব। ভাৰতীয় অধিনায়ক…

মেক্সিকোৰ ফাতিমা বছকে পিন্ধিলে ২০২৫ৰ মিছ ইউনিভাৰ্ছৰ মুকুট

মেক্সিকোৰ ফাতিমা বছক ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হৈছে। শুকুৰবাৰে বেংককত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেওঁক মুকুট পিন্ধোৱা হয়। ২৫ বছৰীয়া ফাতিমাক নৱেম্বৰ মাহত আন কেইবাগৰাকীও প্ৰতিযোগীৰ সন্মুখত ধমক…

পুনৰ মুখ্যমন্ত্ৰী হল নীতিশ কুমাৰ

২৫ বছৰৰ ভিতৰত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। বৃহস্পতিবাৰে পাটনাৰ গান্ধী ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপত গ্ৰহণ কৰে নীতিশে। ৰাজ্যপাল আৰিফ মহম্মদ খানে শপত…