Business নিছান মটৰ ইণ্ডিয়াৰ ৪৫% মাহেকীয়া ঘৰুৱা বিক্ৰী বৃদ্ধি November 3, 2025 Business Bureau নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৫ চনৰ অক্টোবৰ মাহত ৯৬৭৫খন বাহনৰ একত্ৰিত বিক্ৰীৰ কথা সদৰি কৰিছে, যিয়ে মাহেকীয়া ৰূপত ৪৫% বৃদ্ধি পাইছে। নতুন নিছান মেগনাইটৰ শক্তিশালী চাহিদাৰ বলত ঘৰুৱা পাইকাৰী…
Business উত্তৰ-পূৰ্বাঞ্চলত নৱীকৰণযোগ্য শক্তিৰ বিকাশত বৃহৎ পদক্ষেপৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আইআৰইডিএ November 3, 2025 Business Bureau ইণ্ডিয়ান ৰিনিৱেবল এনাৰ্জী ডেভেলপমেণ্ট লিমিটেড (আইআৰইডিএ)-এ উত্তৰ-পূৰ্বাঞ্চলত নৱীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণৰ গতিবেগ বৃদ্ধিৰ নিজৰ প্ৰতিশ্ৰুতি নতুনকৈ সুদৃঢ় কৰিছে। গুৱাহাটীত “উত্তৰ-পূৰ্বাঞ্চলত নৱীকৰণযোগ্য শক্তিৰ বিত্তায়ন” শীৰ্ষক এক অনুষ্ঠাত ভাষণ প্ৰদান কৰি অধ্যক্ষ আৰু…
Business TCI 30 ছেপ্টেম্বৰ, 2025 ত সমাপ্ত হোৱা দ্বিতীয় ত্ৰৈমাসিকৰ বাবে ইয়াৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে November 3, 2025 Business Bureau ভাৰতৰ অন্যতম বৃহৎ সংহত মাল্টিমডেল লজিষ্টিক আৰু যোগান শৃংখল প্ৰতিষ্ঠান ট্ৰেন্সপ’ৰ্ট কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডে ২০২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ শক্তিশালী বিত্তীয় ফলাফল প্ৰকাশ কৰিছে, যি সমগ্ৰ অটো, এফএমচিজি আৰু…
Business পিএনবি মেটলাইফে অসমত শক্তিশালী কৰিলে উপস্থিতি, নতুন শাখা মুকলি November 3, 2025 Business Bureau দেশৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান পিএনবি মেটলাইফ ইণ্ডিয়া ইঞ্চুৰেন্স কোম্পানী লিমিটেডে আজি লখিমপুৰত নতুন শাখা উদ্বোধন কৰাৰ কথা সদৰি কৰিছে। এই সম্প্ৰসাৰণৰ লগে লগে কোম্পানীটোৰ এতিয়া অসমত মুঠ ৪টা…
Assam বিকাশ অসমৰ আত্মসমৰ্পণ November 1, 2025 Mohini অৱশেষত আত্মসমৰ্পণ কৰিলে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে। আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক।…
Business ‘মেড ইন ইণ্ডিয়া’ নিছানৰ ১.২ মিলিয়ন ৰপ্তানি অতিক্ৰম November 1, 2025 Business Bureau নিছান মটৰ ইণ্ডিয়াই ভাৰতৰ পৰা ১.২ মিলিয়নসংখ্যক বাহন ৰপ্তানিৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা সদৰি কৰিছে। এই সাফল্যই নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৰ্শনৰ প্ৰতি অটল…