Month: October 2025

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি আৰম্ভ

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগে লগে নিজৰ ঘৰখনৰ সন্ধানত হাজাৰ হাজাৰ লোক গাজালৈ ৰাওনা হৈছে ।ইজৰাইল আৰু হামাছৰ প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ লগে লগে গাজাত স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ…

ধুবুৰী জিলাৰ গৌৰীপুৰত ১৪ টাকৈ উট জব্দ

ধুবুৰী জিলাৰ গৌৰীপুৰত ১৪ টাকৈ উট জব্দ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৌৰীপুৰৰ চাৰালদাঙাৰ এটা ইটাভাটাৰ সমীপত ট্ৰাকৰ পৰা উট কেইটা নমোৱাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে গৌৰীপুৰ আৰক্ষীক।ইফালে,…

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত ৫১৮ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ৫১৮/৫ ৰে প্ৰথম ইনিংছ ঘোষণা কৰে ভাৰতে। ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজে ৪৯৭ ৰান পিছ পৰি থকা প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ২১ ৰান…

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই সীমিত সংস্কৰণৰ উইণ্ডচৰ ইনস্পায়াৰ এডিচন মুকলি কৰিছে

ভাৰতত ৪০,০০০খন বাহন বিক্ৰী অতিক্ৰম কৰা দেশৰ অন্যতম সৰ্বাধিক বিক্ৰী হোৱা বৈদ্যুতিক বাহন উইণ্ডচৰৰ এবছৰীয়া যাত্ৰা উপলক্ষে বৃহস্পতিবাৰে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই সীমিত সংস্কৰণৰ উইণ্ডচৰ ইনস্পায়াৰ এডিচন মুকলি কৰিছে। কেন্দ্ৰীয়…

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল…

মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা

২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। ড’নাল্ড ট্ৰাম্পে এই সন্মানীয় বঁটা বিচাৰিছিল যদিও তেওঁ ব্যৰ্থ হয়। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে জয়লাভ কৰে।আজি ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা।…

হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰকাইকলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল

ছুইডিছ একাডেমীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপকৰ নাম। হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰকাইক প্ৰদান কৰা হৈছে সাহিত্যৰ ন’বেল। ছুইডিছ একাডেমীয়ে কয় যে লাছলোৰ ৰচনাসমূহ গভীৰভাৱে প্ৰভাৱশালী আৰু…

ভি-এ আইএমচি ২০২৫ত উন্মোচন কৰে ‘ভি প্ৰটেক্ট’: গ্ৰাহক আৰু উদ্যোগৰ বাবে বিস্তৃত এআই-চালিত সুৰক্ষা

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ ভি প্ৰটেক্ট নামৰ এআই-চালিত এক বিস্তৃত পদক্ষেপ মুকলি কৰিছে, যিয়ে ভি-ৰ গ্ৰাহক, নেটৱৰ্ক আৰু উদ্যোগৰ সকলো সুৰক্ষা আৰু সুৰক্ষা ব্যৱস্থাক এটা ছাতিৰ তলত স্পেম, প্ৰৱঞ্চনা…

গড্ৰেজ ডিইআই লেবৰ ইণ্ডিয়া অন্তৰ্ভুক্ত কেম্পাছ চেলেঞ্জত শীৰ্ষ স্থান দখল কৰিছে আইআইএম ত্ৰিচী

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তি (ডিইআই)কেন্দ্ৰিক পদক্ষেপ গড্ৰেজ ডিইআই লেব-এ আয়োজন কৰা নেচনেল ইণ্ডিয়া ইনক্লুডেড কেম্পাছ কেছ ষ্টাডি চেলেঞ্জৰ সফল পৰিসমাপ্তি ঘটিছে আৰু আইআইএম ত্ৰিচীয়ে গড্ৰেজ এগ্ৰ’ভেটৰ ওপৰত…

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ ৰিংকু সিঙে আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ ৰিংকু সিঙে আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ কৰা বুলি জানিব পৰা গৈছে। এই তথ্য প্ৰকাশ কৰিছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে। এই কাণ্ডত দাউদ ইব্ৰাহিমৰ গেং জড়িত আছে…