Month: October 2025

গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ ১৫ অক্টোবৰৰ সংখ্যা উন্মোচন

পষেকীয়া বৰ্তালোচনী “মাটিৰ মানুহ’ ৰ ১৫ অক্টোবৰৰ সংখ্যা আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। এই উন্মোচনী সভাত সভাপতিত্ব কৰে বিন্দু ডেকা চৌধুৰীয়ে। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০…

আইএফএটি ভাৰত ২০২৫ অহা ১৪-১৬ অক্টোবৰত মুম্বাইৰ বম্বে প্ৰদৰ্শনী কেন্দ্ৰ (নেছকো)ত অনুষ্ঠিত হ’ব

জল, নৰ্দমা, গোটা আৱৰ্জনা আৰু পুনৰ্ব্যৱহাৰ প্ৰযুক্তিৰ দেশৰ সৰ্ববৃহৎ বাণিজ্য মেলা আইএফএটি ভাৰত ২০২৫ অহা ১৪-১৬ অক্টোবৰত মুম্বাইৰ বম্বে প্ৰদৰ্শনী কেন্দ্ৰ (নেছকো)ত অনুষ্ঠিত হ’ব। মেছে মুনচেন ইণ্ডিয়াৰ উদ্যোগত আয়োজিত এই…

কেলিফৰ্ণিয়া আলমণ্ডৰ পুষ্টিকৰ গুণাগুণৰ সৈতে এই দীপাৱলীক আৰু অধিক উজ্জ্বল কৰি তোলক

পোহৰৰ উৎসৱ দীপাৱলী ওচৰ চাপি অহাৰ লগে লগে স্বাস্থ্য সচেতন গ্ৰাহকসকলৰ মাজত কেলিফ’ৰ্নিয়া আলমণ্ডৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হোৱা দেখা গৈছে, যাৰ ফলত ভাৰতজুৰি বিক্ৰীও লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। প্ৰ’টিন, আঁহযুক্ত আৰু…

চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট

আকৌ এবাৰ সংক্ৰমণৰ ভয়ে গ্ৰাস কৰিছে। চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট।হঠাৎ জাপানত বিয়পি পৰিছে ইনফ্লুৱেঞ্জা। খবৰ অনুসৰি এই পৰ্যন্ত ৪ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। তীব্ৰ গতিত বাঢ়িছে…

নিশা আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰে

শনিবাৰে নিশা আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰে। তিনি ঘণ্টীয়া অভিযানত আফগান সেনাই হেলমাণ্ডৰ বাহৰামচাৰ শ্বাকিজ, বিবি জানি, আৰু ছালেহানু অঞ্চলত অভিযান চলায়। শনিবাৰে মাজনিশা আফগানিস্তানে ডুৰাণ্ড লাইনৰ সমীপৰ কেইবাটাও পাকিস্তানী সীমান্ত…

আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব

আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব । ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰত । শীৰ্ষ চাৰিটা স্থানত থাকিবলৈ ভাৰতে এই মেচখনত জয়ী হ’ব । অন্যথা প্ৰতিযোগিতাৰ…

২০২৬ ত তৃতীয়বাৰৰ বাবে অসমত NDAৰ চৰকাৰ হ’ব

২০২৬ ত তৃতীয়বাৰৰ বাবে অসমত NDAৰ চৰকাৰ হ’ব । জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান দিলীপ শইকীয়াৰ ।”যদি আহি থকা ২০২৬ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন নহয়, তেন্তে ৰাজ্যত ভয়াবহ…

ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযানত শ্বহীদ অসমৰ CRPF জোৱান

ঝাৰখণ্ডত অব্যাহত আছে নিৰাপত্তাৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযান। দেশৰ নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে চলাই থকা এই অভিযানত এইপৰ্যন্ত বহু নক্সাল সদস্যই প্ৰাণ হেৰুৱাইছে। আনহাতে শ্বহীদ হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী। এনে এক নক্সাল…

গজালি ওলোৱা মগু আৰু বুটৰ ভিতৰত কোনবিধ অধিক উপকাৰী

গজালি ওলোৱা মগু আৰু বুটৰ ভিতৰত কোনবিধ অধিক উপকাৰী, সেই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হোৱা দেখা যায়।স্বাস্থ্য সচেতন লোকসকলে এতিয়া নিজৰ দৈনন্দিন খাদ্যাভ্যাসত স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰিছে। এইক্ষেত্ৰত বহুলোকৰ…

জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাতে শ্বহীদ দুজন পেৰা কমাণ্ডো

জম্মু-কাশ্মীৰত শেহতীয়া সময়ছোৱাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে জোৰদাৰ গতিত অভিযান চলোৱা হৈছে। নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবিৰোধী অভিযানত নিহত হৈছে বহু সন্ত্ৰাসবাদী সদস্য। আনহাতে প্ৰাণ হেৰুৱাইছে বহুকেইজন নিৰাপত্তাৰক্ষীয়েও। উপত্যকাটোৰ অনন্তনাগ জিলাত এনে এক অভিযানৰ…