Month: September 2025

নৱৰাত্ৰিৰ সময়ত এই পুষ্টিকৰ উপাদানসমূহৰ দ্বাৰা বৃদ্ধি কৰক আপোনাৰ শক্তি

নৱৰাত্ৰি উৎসৱ কাষ চাপি অহাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালসমূহে ভক্তি আৰু অনুশাসনেৰ প্ৰোথিত বহুপ্ৰতীক্ষিত উপবাসৰ বাবে প্ৰস্তুতি চলাইছে। বিশেষজ্ঞসকলে জোৰ দি কয় যে, পুষ্টিকৰ উপাদানৰ সৈতে যোগ কৰিলে উপবাসে…

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ!আত্মনিৰ্ভৰ ভাৰত। সামৰিক সঁজুলি নিৰ্মাণত বৃদ্ধি পাইছে থলুৱা প্ৰযুক্তিৰ ওপৰত ভৰসা। নিজৰ শক্তি প্ৰতিনিয়ত বৃদ্ধি কৰিছে ভাৰতীয় নৌসেনাই। দহ বছৰৰ পাছত নৌসেনা কিমান শক্তিশালী হ’ব, তাৰো চলিছে…

পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি…

ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা

বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে। এই দুৰ্যোগত মাণ্ডীত ৩ জন লোকৰ মৃত্যু হৈছে। প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক…

জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা

আগতীয়াকৈ কোনো জাননী নিদিয়াকৈয়ে নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি…

গুৱাহাটীত ৰাছি পেৰিফেৰেলছে সফলতাৰে আয়োজন কৰিছে চিবিএফক

ৰাশি পেৰিফেৰেলছ লিমিটেড(এনএছই: আৰপিটিইচিএইচ)-এ গুৱাহাটীত ফ্লেগশ্বিপ চেনেল বিজনেছ ফৰাম (চিবিএফ) ২০২৫ সফলতাৰে আয়োজন কৰে, য’ত ১১০জনতকৈ অধিক স্থানীয় পুনৰ বিক্ৰেতা(ৰিচেলাৰ) আৰু খুচুৰা বিক্ৰেতা(ৰিটেইলাৰ)ক একত্ৰিত কৰা হয়। দেশৰ টায়াৰ চি আৰু…

একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

ভাৰতৰ বৈশালী ৰমেশবাবুৱে ফিডে ৱ’মেনছ গ্ৰেণ্ড চুইচ ২০২৫ৰ খিতাপ জয়লাভ কৰিছে।একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ তথ্য অনুসৰি এই জয়েৰে বৈশালীয়ে ৱমেন কেণ্ডিডেটচ ২০২৬ত নিজৰ স্থান…

বিশ্বকৰ্মা পূজাত যান-বাহন প্ৰতিষ্ঠানৰ শ্ৰমিক, বাহনৰ সহায়কৰ বাবে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী

পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে পৰিবহণ বিভাগে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত আগন্তুক বিশ্বকৰ্মা পূজাত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত…

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি

গুৱাহাটী জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শালক্য তন্ত্ৰ বিভাগৰ উদ্যোগত আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সহযোগত প্ৰয়াত অধ্যাপক ডাঃ কেশৱ চন্দ্ৰ বৰ্মনৰ সোঁৱৰণত ১৪ ছেপ্টেম্বৰত অসম ভিত্তিত এখন প্ৰাইজমানি কুইজ…

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ সম্পন্ন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ১৩ ছেপ্টেম্বৰত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় । শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (এম আই চি), কেন্দ্ৰীয় মাধ্যমিক…