Month: September 2025

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। বুধবাৰে বিজয় দিৱসৰ পেৰেডত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভাষণৰ পিছত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়।…

শ্লাইচ স্মল ফাইনেঞ্চ বেংকৰ পদচিহ্নৰ সম্প্ৰসাৰণ, অসম তথা উঃ-পূবত সৃষ্টি কৰিছে কৰ্মসংস্থাপন

শ্লাইচ স্মল ফাইনেঞ্চ বেংক(এছএফবি)-এ উত্তৰ-পূবৰ নেতৃত্বক অধিক শক্তিশালী কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক ইউগেনে ইমানুৱেল কাৰ্তকক অংশকালীন অধ্যক্ষ আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিছে। আৰবিআইত তিনিটা দশকৰো অধিক…

কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা

ইণ্ডিগ’ৰ এই বিমানখন নাগপুৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হৈছিল। কিন্তু চৰাইৰ খুন্দাৰ বাবে বিমানখন নাগপুৰতে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয় বুলি জানিব…

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ

ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ভয়াৱহ দুৰ্যোগত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি…

১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে

২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। এই বিধেয়কখন ২০২৫ চনৰ এপ্ৰিল মাহত সংসদত গৃহীত হৈছিল আৰু এতিয়া ইয়াৰ অধিসূচনা মন্ত্ৰালয়ে…

মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব

মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিমাহে বিষনাশক ঔষধ সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সেয়ে মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশমৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। মাহেকীয়াৰ…

ৰাণীত চি আৰ পি এফৰ উত্তৰ পূব মণ্ডল ভলীবল প্ৰতিযোগিতাৰ সামৰণি ; ১৫৬ বেটেলিয়ান চেম্পিয়ন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যালয় চৌহদত উত্তৰ পূৱ মণ্ডলৰ অধীনৰ আন্তঃ বেটেলিয়ান আৰু গ্ৰুপ চেণ্টাৰ ভিত্তিত দুদিনীয়াকৈ…

আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত বিজেতাই লাভ কৰিব ৩৯.৫৫ কোটি টকা

আইচিচিয়ে ঘোষণা কৰে যে আগন্তুক আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত বিজয়ী দলটোক এতিয়ালৈকে সৰ্বাধিক পুৰস্কাৰ ধন প্ৰদান কৰা হ’ব। এইবাৰ চেম্পিয়ন দলটোৱে লাভ কৰিব ৪৪.৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৩৯.৫৫ কোটি…

শ্বপচিয়ে ঘোষণা কৰিছে বছৰৰ আটাইতকৈ ডাঙৰ বিক্ৰী: দ্য গ্ৰেণ্ড শ্বপচি মেলা

শ্বপচি বাই ফ্লিপকাৰ্টে আগন্তুক ফেষ্টিভ ছিজনৰ বাবে সমগ্ৰ দেশখনে সাজু হোৱাৰ এই সময়ছোৱাত প্ৰতিজন মূ্ল্যবান গ্ৰাহকৰ বাবে পুনৰ লৈ আহিছে আটাইতকৈ প্ৰত্যাশিত বজাৰ উদযাপন আৰু বছৰৰ আটাইতকৈ ডাঙৰ বিক্ৰী অনুষ্ঠান…

ফ্লিপকাৰ্টৰ যোগান শৃংখল সম্প্ৰসাৰণে উৎসৱৰ চাহিদাৰ পূৰ্বে আঞ্চলিক বজাৰত যোগাইছে উৎসাহ

দেশৰ আগশাৰীৰ ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে দ্য বিগ বিলিয়ন ডে’জ ২০২৫-ৰ পূৰ্বে সমগ্ৰ দেশতে নিজৰ যোগান শৃংখলা আন্তঃগাঁথনিৰ এক বৃহৎ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৱে বাৰাণসী, পাটনা, মানেসৰ, ৰাঁচী, গাজিয়াবাদ, আগ্ৰা…