Month: August 2025

গুডনাইটৰ সমীক্ষাত উন্মোচিত হৈছে ভাৰতীয়সকলৰ মাজত বছৰজুৰি মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ উদ্বেগ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ অধীনত ভাৰতৰ আগশাৰীৰ ঘৰুৱা কীটনাশক ব্ৰেণ্ড গুডনাইটৰ এক নতুন সমীক্ষাত প্ৰকাশ পাইছে যে ৮১% ভাৰতীয়ই আশংকা কৰিছে যে কেৱল বাৰিষাত নহয়, ডেংগু আৰু মেলেৰিয়াৰ দৰে…

টাইটাছ ফুটৱেয়েৰে ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে ৫০ কোটি টকা বিনিয়োগৰ ঘোষণা

কলকাতাস্থিত জোতা ব্ৰেণ্ড টাইটাছ ফুটৱেয়েৰ প্ৰাইভেট লিমিটেডে ব্যৱসায়িক বৃদ্ধিৰ ক্ষেত্ৰত নতুন পদক্ষেপৰ কথা ঘোষণা কৰিছে আৰু মহতা পৰিয়ালে সিংহভাগ অংশীদাৰিত্ব লাভ কৰি অহা ৩ বছৰত ৫০ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি…

চিএডি – আনুষংগিক বৃক্কৰ চিকিৎসাত পথ প্ৰদৰ্শন মেদান্ত দ্য মেডিচিটী

নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদান্ত—দ্য মেডিচিটীয়ে ক্লিনিকেল ৰিচাৰ্ছ আৰু বিস্তৃত ৰোগৰ উন্নত চিকিৎসা বিকল্পৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। মেদান্ত-দ্য মেডিচিটীৰ ইণ্টাাৰভেনচনেল কাৰ্ডিঅ’লজী,…

বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা

বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা । তাৰ মাজতে পৰিষদীয় নিৰ্বাচনৰ বাবে একাধিক বিধায়কৰ নাম অন্তৰ্ভুক্তিৰে ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ ইউপিপিএলৰ…

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘন

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত হৈছে । নিৰাপত্তা ব্যৱস্থা ভংগ কৰি শুকুৰবাৰে পুৱা এজন লোকে সংসদৰ দেৱালত উঠে । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে ততালিকে তেওঁক ধৰি…

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ বয়ছাৰ তাৰাপুৰ এমআইডিচি এলেকাত অৱস্থিত মেলোডি (মেডলি) ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কোম্পানীটোৰ এফ-১৩ নং প্লাণ্টত আজি…

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত…

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী বুলি গণ্য কৰা হয় । কিন্তু, ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতিৰ বিষয়েও জনাটো অতি গুৰুত্বপূৰ্ণ । যদি সঠিক ইয়াক সেৱন…

পৱিত্ৰ ভাদ মাহত শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ

এতিয়া পৱিত্ৰ ভাদ মাহ। এই মাহতে ভগৱান শ্ৰীকৃষ্ণৰ আৰ্বিভাৱ হৈছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱ দেৱৰো তিথি হোৱা বাবে ৰাজ্যৰ গাওঁ-চহৰ সকলোতে বাপ-আইসকলৰ হৰিনামৰ ধ্বনিত চাৰিওপিনে আধ্যাত্মিক…

ভাৰত-পাকিস্তানৰ মাজত নহয় কোনোধৰণৰ দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা

ভাৰত আৰু পাকিস্তানৰ মাজত আৰু দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত নহ’ব বুলি স্পষ্ট কৰি দিছে মোদী চৰকাৰে। ক্ৰিকেট হওক বা আন যিকোনো খেলেই হওক, ভাৰতীয় দল পাকিস্তানলৈ নাযায় আৰু পাকিস্তানী দল…