Month: August 2025

ভি মুভিজ এণ্ড টিভি-এ স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰ আৰু বাচকবনীয়া সম্ভাৰেৰে উপচাই তুলিছে অ’টিটি ক্ষেত্ৰ

ভি-ৰ কণ্টেণ্ট এগ্ৰিগেটৰ(সমল একত্ৰক) প্লেটফৰ্ম ভি মুভিজ এণ্ড টিভি-এ ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনক লাইভ ষ্ট্ৰীমিং আৰু বিশেষভাৱে প্ৰস্তুত কৰা দেশপ্ৰেমমূলক সমলৰ জৰিয়তে দৰ্শকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ…

পুটিনক সকীয়নি ট্ৰাম্পৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে কয়, যদিহে ৰাছিয়াই ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয়…

টাইডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে আগবঢ়াইছে ফিক্সড ডিপ’জিট

ব্যৱসায়িক ব্যৱস্থাপনা প্লেটফৰ্ম টাইডে নিজৰ এপত নতুন ফিক্সড ডিপ’জিট (এফ ডি) বৈশিষ্ট্য মুকলি কৰিছে, যাৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে সম্পূৰ্ণ ডিজিটেল, কাগজবিহীন প্ৰক্ৰিয়াৰে নিজৰ পুঁজিৰ প্ৰতিযোগিতামূলক ৰিটাৰ্ন লাভ কৰিবলৈ…

এইচএমএছআইৰ নতুন বিক্ৰী আৰু সেৱা কেন্দ্ৰ—জৈনকো হোণ্ডাৰ শুভ উদ্বোধন

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই যোৰহাটৰ এম জি ৰোডত জৈনকো হোণ্ডা নামৰ নতুন অনুমোদিত প্ৰধান ডিলাৰশ্বিপ উদ্বোধন কৰি উত্তৰ-পূবত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰিছে। এই নতুন আউটলেটটোৱে হোণ্ডাৰ ৪এছ…

মেচি ডাইনাষ্টাৰ কণ্টেষ্ট ছিজন ২-ত তৃণমূল পৰ্যায়ৰ কৃষি-উদ্ভাৱকসকলক সম্বৰ্ধনা টাফে-ৰ

মেছি ফাৰ্গুচন ট্ৰেক্টৰ প্ৰস্তুতকৰ্তা ট্ৰেক্টৰ্ছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেড(টিএএফই)ৰ বহুচৰ্চিত মেছি ডাইনাষ্টাৰ কণ্টেষ্ট– ছিজন ২ৰ দ্বিতীয় সংস্কৰণৰ সামৰণি পৰিছে, এই অনুষ্ঠানত পৰিমাপযোগ্য সামাজিকভাৱে প্ৰভাৱশালী কৃষি উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰা হয়।…

গুজৰাটত হীৰা ব্যৱসায়ৰে জড়িত ১ লাখ শ্ৰমিকে হেৰুৱালে চাকৰি

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আমেৰিকাই ১০ শতাংশ অতিৰিক্ত শুল্ক কাৰ্যকৰী কৰাৰ পিছত গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত হীৰা কটা আৰু পলিচিঙৰ কামত নিয়োজিত প্ৰায় এক লাখ শ্ৰমিকে চাকৰি হেৰুৱাইছে। এই বুলি…

স্নায়ুৰোগৰ চিকিৎসাৰ বাবে বটুলিনাম টক্সিন ক্লিনিক উন্মোচন

স্নায়ুৰোগৰ বিভিন্ন চিকিৎসাৰ বাবে আজি জিএনআৰচি দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিকৰ উন্মোচন কৰা হয়। এই বটুলিনাম টক্সিন স্নায়ুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। জিএনআৰচি দিছপুৰ শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ…

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি নিফ্টি৫০০ ফ্লেক্সিকেপ কোৱালিটী ৩০ ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে

ডিএছপি মিউচুৱেল ফাণ্ডে ভাৰতৰ প্ৰথমটো কম খৰচী ফ্লেক্সিকেপ কৌশল ডিএছপি নিফ্টি৫০০ ফ্লেক্সিকেপ কোৱালিটী ৩০ ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে, য’ত গুণগত মানৰ ষ্টক আৰু গতিশীল মাৰ্কেট কেপ আবণ্টনৰ সংমিশ্ৰণ ঘটিছে। এক…

বিএলএ-দ্য মেজিদ ব্ৰিগেডক বিদেশী সন্ত্ৰাসবাদী সংগঠনৰূপে ঘোষণা আমেৰিকাৰ

আমেৰিকাই পাকিস্তানস্থিত বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ) আৰু দ্য মেজিদ ব্ৰিগেডক ‘বিদেশী সন্ত্ৰাসবাদী সংগঠন’ বুলি ঘোষণা কৰে। ২০১৯ চনত কেইবাটাও উগ্ৰপন্থী আক্ৰমণৰ পিছত আমেৰিকাই বিএলএক ‘স্পেচিয়েল ডেজিনেটেড গ্ল’বেল টেৰ’ৰিষ্ট’(এছডিজিটি) শ্ৰেণীত স্থান…

প্রতি বছৰে ৭৪ হাজাৰ শিশু হেপাটাইটিছ চি ভাইৰাছ ৰোগত আক্ৰান্ত হৈ জন্মগ্ৰহণ

আপুনি জানেনে যে প্ৰতি বছৰে হাজাৰ হাজাৰ শিশুৰ জন্ম হয় এনে এক বিপজ্জনক ভাইৰাছ যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে? ব্ৰিটেইনৰ ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ নতুন অধ্যয়নত প্রকাশ…