Month: April 2025

ব্ৰিটানিয়া নিউট্ৰিচ’ইছে নিউট্ৰিপ্লাছ এপৰ জৰিয়তে স্বাস্থ্য নিৰীক্ষণক কৰি তুলিছে সুলভ

ভাৰতৰ অন্যতম আগশাৰীৰ বিস্কুট ব্ৰেণ্ড নিউট্ৰিচ’ইছে “নিউট্ৰিপ্লাছ” মুকলি কৰি দৈনন্দিন সুস্থতা সৰল কৰাৰ প্ৰতিশ্ৰুতিৰ সম্প্ৰসাৰণ কৰিলে, যি হৈছে এটা মোবাইল এপ, যিয়ে ভাৰতত সুস্থতা ব্যৱস্থা অনুসৰণক অধিক সহজ, সুলভ আৰু…

সংস্কৃতি বিশ্ববিদ্যালয়ৰ স্পাৰ্ক ২০২৫: সংগীত, সৃজনশীলতা আৰু আত্ম-অভিব্যক্তিৰ উদযাপন

সংস্কৃতি বিশ্ববিদ্যালয়ে স্পাৰ্ক ২০২৫ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ সাংস্কৃতিক আৰু সৃষ্টিশীল দিশটো উদ্ভাসিত কৰিছিল, এই অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰি বলীউডৰ প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী পলক মুচলে সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল। বিশ্ববিদ্যালয়খনৰ আগশাৰীৰ মহোত্সৱৰ…

পলিকেব ইণ্ডিয়াই ফেন খণ্ডত দিছে দুগুণ মনোযোগ; মুকলি কৰিলে ছুপাৰ আৰঅ’আই ফেন

দেশৰ বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান পলিকেব ইণ্ডিয়াই ফেন শাখাত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ নতুন “ছুপাৰ আৰঅ’আই” শাখা মুকলি কৰিছে। এই কৌশলগত পদক্ষেপ ফেন শ্ৰেণীত বিনিয়োগৰ ফলাফল (আৰঅ’আই) ন…

আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক

আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক । সংসদৰ দুয়োটা সদতে গৃহীত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত ৱাকফ সংশোধনী আইনত পৰিণত হয়।…

খেজুৰৰ উপকাৰীতাৰ কথা জানিলে আচৰিত হ’ব আপুনিও

দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্ৰাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্ৰাই ফ্ৰুটছৰ ভিতৰত শুকান…

এইচএমডি-এ মিউজিক-লাভাৰ্ছ ফিচাৰ ফোন মুকলি কৰে আৰু ৰাজস্থান ৰয়েলছ অংশীদাৰীত্ব সম্প্ৰসাৰিত কৰে

হিউমেন মোবাইল ডিভাইচ(এইচএমডি)-এ বৰ্ধিত অডিঅ’ ক্ষমতা আৰু সমৰ্পিত মিউজিক কণ্ট্ৰ’ল(সংগীত নিয়ন্ত্ৰণ)ৰ সুবিধা সন্নিৱিষ্ট কৰি সংগীত অনুৰাগীসকলৰ বাবে দুটা নতুন ফিচাৰ ফোন-এইচএমডি ১৩০ মিউজিক আৰু এইচএমডি ১৫০ মিউজিক মুকলি কৰিছে। ভাৰতীয়…

থাণ্ডাৰবোল্ট প্ৰযুক্তিৰ সৈতে জিচিপিএলৰ এইচআইটি এৰোচ’লএক নতুন মানদণ্ড নিৰ্ধাৰণ কৰে

ভাৰতৰ উদীয়মান বজাৰ আৰু ঘৰুৱা কীটনাশক (এইচ আই) শিতানৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ যুগান্তকাৰী উদ্ভাৱন আৰু শিতান সম্প্ৰসাৰণৰ জৰিয়তে নিজৰ নেতৃত্ব শক্তিশালী কৰি তুলিছে। ২০২৪ৰ আৰম্ভণিতে জিচিপিএলে ভাৰতৰ…

নিমপাতৰ উপকাৰিতাৰ কথা জানেনে

নিমপাতৰ উপকাৰিতা কি ? ই কি কি ৰোগৰ ঔষধ ? ইয়াৰ কোনো ক্ষতিকাৰক প্ৰভাৱ আছে নেকি ? ঔষধি গুণেৰে সমৃদ্ধ নিম পাত আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।…

লামডিঙত অঘটন

লামডিঙৰ শীতলা পূজাৰ মেলাত অঘটন। চলন্ত চকৰী পৰা পৰি গুৰুত্বৰভাবে আহত এজন লোক। চুনামী নামৰ চলন্ত চকৰীৰ পৰা পৰে লোকজন। ভালদৰে চিট্ বেল্ট নলগোৱাৰ ফলতে পৰি যোৱাৰ সন্দেহ।ততাতৈয়াকৈ ব্যক্তিগৰাকীক উদ্ধাৰ…

৫ এপ্ৰিলত দিল্লী কেপিটেলছৰে মুখামুখি চেন্নাই চুপাৰ কিংছৰ

দিল্লী কেপিটেলছৰ স্পিনাৰ কুলদীপ যাদৱ আৰু চেন্নাই চুপাৰ কিংছৰ নুৰ আহমেদে শনিবাৰে দুয়োটা দলৰ মাজত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলখনত নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। চেন্নাইৰ প্ৰচণ্ড…