Month: April 2025

টেৰে আৰ্মিয়ে জিঅ’কুৱেষ্ট নামেৰে নিজৰ প্ৰতিষ্ঠানটোৰ নাম ৰিব্ৰেণ্ডিং কৰাৰ কথা ঘোষণা কৰিছে

ভূ-গাঁথনিৰ পাৰস্পৰিক ক্ৰিয়া, ভূ-কাৰিকৰী ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনৰ বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান টেৰে আৰ্মিয়ে জিঅ’কুৱেষ্ট নামেৰে নিজৰ প্ৰতিষ্ঠানটোৰ নাম ৰিব্ৰেণ্ডিং কৰাৰ কথা ঘোষণা কৰিছে। এই কৌশলগত নাম পৰিৱৰ্তনে কোম্পানীটোৰ বিৱৰ্তন, বৈচিত্ৰ্যতা আৰু বিশ্বজোৰা…

১ লাখ+ পলিচীহল্ডাৰক আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে প্ৰদান কৰিছে ৰিৱাৰ্ডছ কিয়নো হেল্থৰিটাৰ্নটিএমৰ দ্বাৰা পৰিচালিত হ’ল ৩৫০ বিলিয়নৰো অধিক খোজ

আদিত্য বিৰলা কেপিটেলৰ অংশ আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(এভিআইচিএল)-এ ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখতকৈও অধিক পলিচীধাৰকে স্বাস্থ্যকৰ জীৱনশৈলীত সক্ৰিয়ভাৱে জড়িত হৈ হেল্থৰিটাৰ্ণছ™ মডেলৰ অধীনত ৰিৱাৰ্ড(পুৰস্কাৰ) লাভৰ কথা সদৰি কৰিছে।…

ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা

ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা বিহা হৈছে।বুধবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট…

মেৰী কম আৰু স্বামী অনলোৰৰ সম্পৰ্কত ফাট

অলিম্পিক পদক বিজয়ী মেৰী কম বৰ্তমান তেওঁৰ ক্ৰীড়া প্ৰদৰ্শনতকৈ তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ বাবে চৰ্চাত আছে। প্ৰকাশিত বাতৰি অনুসৰি মেৰী আৰু তেওঁৰ স্বামী কাৰুং অনখোলাৰৰ (অনলোৰ) মাজৰ সম্পৰ্কত ফাট মেলিচে আৰু…

৭খন ৰাজ্যলৈ সতৰ্কতা বতৰ বিজ্ঞান বিভাগৰ

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সাতখনতকৈও অধিক ৰাজ্যত গৰমৰ প্ৰকোপ । সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।চলিত সপ্তাহত দক্ষিণ ভাৰত, তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে উত্তৰ-পূবৰ ৰাজ্য বিশেষকৈ অসম আৰু মেঘালয়ত…

শুকান খেজুৰ খায় ভাল পাই নে আপুনি

দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্ৰাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্ৰাই ফ্ৰুটছৰ ভিতৰত শুকান…

দিল্লীত ইছৰোৰ অধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰীৰ

অসম চৰকাৰে নিজাববীয়াকৈ কৃত্ৰিম উপগ্রহ উৎক্ষেপণৰ প্ৰস্তুতি চলাই আছে। ২০২৫-২৬ বৰ্ষৰ বাজেটত অসম চৰকাৰে ঘোষণা কৰাৰ দৰেই অসমৰ এটা নিজা কৃত্রিম উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই অনুসৰি ইছৰোৰ…

টি-২০ ক্ৰিকেটত ১৩,০০০ ৰান সম্পূৰ্ণ বিৰাট কোহলীৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰচিবি) বেটছমেন বিৰাট কোহলীয়ে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত খেলা এখন গুৰুত্বপূৰ্ণ খেলত আন এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰে।সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে…

ব্যতিক্ৰম শিক্ষা সন্মিলন ২.০ত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হয় ত্ৰিপুৰাৰ শৈক্ষিক ভৱিষ্যতক

ব্যতিক্রম উদ্যোগত আয়োজিত আগৰতলাৰ হোটেল প’লো টাৱাৰত ব্যতিক্রম এডুকেশান কনক্লেভ২.০ ৰ সফল সমাপ্তি হ’য়। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত আয়োজিত এই কনক্লেভত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু শিক্ষা অনুষ্ঠানে অংশ গ্রহণ…

ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫: ডিজিটেল বেঙ্কিং উৎকৰ্ষতাৰ দিশত এনইএছএফবিৰ সাহসী পদক্ষেপ

অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত এক উল্লেখযোগ্য ৰূপত আত্মপ্ৰকাশ কৰে। ফিনটেক…