Month: April 2025

জে কে টায়াৰ চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে গুৱাহাটীক মোহিত কৰে

হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে সকলোকে আপ্লুত কৰিলে। এডভেঞ্চাৰ-এক্স ফিউজন ট্ৰাইবৰ…

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত ৰোহিত-কোহলী শীৰ্ষ শ্ৰেণীত স্থান

ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) প্ৰকাশ কৰা চুক্তিবদ্ধ খেলুৱৈৰ তালিকাৰ শীৰ্ষ শ্ৰেণীত স্থান দিয়া হৈছে, আনহাতে…

পাকিস্তানত ভয়ংকৰ ঘটনা

বাংলাদেশৰ পাছত এইবাৰ পাকিস্তান। পুনৰ আক্ৰমণৰ বলি হিন্দু নেতা। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি চুবুৰীয়া ৰাষ্ট্ৰখনত আক্ৰমণ কৰা হৈছে হিন্দু মন্ত্ৰীক।সিন্ধ প্ৰদেশৰ এগৰাকী হিন্দু ৰাজ্যিক মন্ত্ৰীক আক্ৰমণ কৰে একাংশ প্ৰতিবাদকাৰীয়ে।…

পুনৰ লাউডস্পীকাৰৰ বিতৰ্ক

ৱাকফ আইনৰ বিতৰ্কৰ মাজতেই পুনৰ আজান বিতৰ্ক। এফালে ৱাকফ আইনৰ প্ৰতিবাদ আনফালে মছজিদৰ লাউডস্পীকাৰক লৈ কঠোৰ প্ৰশাসন। এতিয়াৰে পৰা অনুমতি নোলোৱাকৈ লাউডস্পীকাৰ আৰু চাউণ্ড চিষ্টেম ব্যৱহাৰ কৰিব নোৱাৰিব। লাউডস্পীকাৰ লগোৱা…

দিল্লীত ভয়ংকৰ ঘটনা

দিল্লীৰ মুস্তাফাবাদত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। শুকুৰবাৰে নিশা এটা অট্টালিকা ভাঙি পৰা ফলত ধ্বংসাৱশেষৰ তলত পুত খাই মৃত্যু হয় ৪ জনকৈ লোকৰ। ঘটনাস্থলীত এন ডি আৰ এফৰ দল উপস্থিত…

নিছান মটৰ ইণ্ডিয়াই দেশজুৰি বিনামূলীয়া এচি চেক-আপ শিবিৰ আৰম্ভ কৰিছে

নিছান মটৰ ইণ্ডিয়াই নিজৰ গ্ৰাহকসকলৰ বাবে দেশজুৰি বিনামূলীয়া এচি পৰীক্ষণ শিবিৰ মুকলি কৰিছে, যাৰ ফলত নিছআনৰ গ্ৰাহক-প্ৰথম দৃষ্টিভংগী আৰু উচ্চ মানদণ্ডৰ সেৱাৰ প্ৰতি প্ৰতিশ্ৰুতি শক্তিশালী হৈছে। ভাৰতৰ সকলো ১২৩টা অনুমোদিত…

গুৱাহাটীত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেল আয়োজন কৰি উত্তৰ-পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব আৰোপ কৰিছে জে কে টায়াৰে

ভাৰতৰ মটৰস্প’ৰ্টৰ ক্ষেত্ৰত অগ্ৰণী প্ৰতিষ্ঠান জে কে টায়াৰে জে কে টায়াৰৰ দ্বাৰা চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেল— টোটেল কণ্ট্ৰ’লৰ কাৰ্নিভেলৰ জৰিয়তে গুৱাহাটীত অনুৰাগীক মুগ্ধ কৰিবলৈ সাজু হৈছে। এডভেঞ্চাৰ-এক্স ফিউজন ট্ৰাইবৰ সহযোগত…

নেচনেল হাউছিং বেংকে গুৱাহাটীৰ বৈঠকত উত্তৰ-পূবত গৃহ বিত্ত খণ্ডৰ সম্প্ৰসাৰণৰ বাবে সজাই তুলিলে এখন মঞ্চ

নেচনেল হাউছিং বেংক(এনএইছবি)ৰ উদ্যোগত ১৭ এপ্ৰিলত গুৱাহাটীত হাউছিং ফাইনেঞ্চ কোম্পানী, স্মল ফাইনেঞ্চ বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ এমডি তথা চিইঅ’সকলৰ সৈতে “আনলকিং পটেনচিয়েল: হাউছিং ফাইনেঞ্চ এজ এ কেটালিষ্ট ফৰ নৰ্থ-ইষ্ট…

পিএনবি হাউচিং ফাইনেন্স আৰু আধাৰ হাউচিং ফাইনেন্স : উত্তৰ-পূৰ্বাঞ্চলৰ বিত্তীয় ব্যৱধান দূৰ কৰাৰ গঢ়িছে সাঁকো

পিএনবি হাউচিং ফাইনেন্স লিমিটেড আৰু আধাৰ হাউছিং ফাইনেন্স লিমিটেডে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে শাখা মুকলি কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে। এই সম্প্ৰসাৰণ চৰকাৰৰ ‘হাউছিং ফৰ অল’…

আলমণ্ড হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ওজন ব্যৱস্থাপনা সমৰ্থন কৰে

দৈনিক আলমণ্ড খালে হৃদযন্ত্ৰ(কাৰ্ডিওমেটাবলিক) স্বাস্থ্য ভালে ৰখাত যথেষ্ট সহায় কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য, ওজন ব্যৱস্থাপনা আৰু অন্ত্ৰৰ মাইক্ৰ’বায়’ম ভালে ৰখাতো সহায় কৰে, শেহতীয়াকৈ পিৰ ৰিভিউড ষ্টাডী(সহযোগীৰ মাজত পৰ্যালোচনা)ত এই কথা পুনৰ…