Month: April 2025

ক্র’নিক চাবডিউৰেল হেমাট’ মা আৰু নিউৰ’ ইণ্টাৰভেনশ্বন বিষয়ত জিএনাবচি হাস্পতালত আন্তঃৰাষ্ট্ৰীয় কর্মশালা আৰু আলোচনাচক্র

পূর্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান আৰু ব্যয় সাধ্য উচ্চ মানসম্পন্ন স্বাস্থ্য সেৱাৰ বাটকটীয়া জিএন আৰচি হাস্পতালন দিছপুৰ চৌহদত শুকুৰবাৰে ক্রনিক চাগডিউৰেল হেমাট’মা (SDH) আৰু নিউৰ’ ইন্টাৰভেনশ্বন বিষয়ত দিনজোৰা কার্যসূচীৰে এখন আন্তঃৰাষ্ট্রীয়…

অক্ষয় তৃতীয়াৰ  বাবে তানিষ্কৰ শেহতীয়া ৰিৱাহ

পৱিত্ৰ অক্ষয় তৃতীয়াৰ শুভ ক্ষণ চমু চাপি অহাৰ লগে লগে তানিষ্কৰ এক্সক্লুছিভ বিবাহৰ উপ-ব্ৰেণ্ড ৰিৱাহে উৎকৃষ্ট কইনাৰ গহনা সংগ্ৰহৰ বিশাল সম্ভাৰৰে বিশেষ অফাৰ আগবঢ়াই আগন্তুক গ্ৰীষ্মকালীন ভাৰতীয় বিবাহৰ মাধুৰ্যতা উদযাপন…

আইমী বৰুৱাই উত্তৰ-পূৰ্বাঞ্চলত সামগ্ৰিক মৌখিক স্বাস্থ্যৰ চেম্পিয়ন হ’বলৈ এংকৰ অৰেল কেয়াৰত যোগদান কৰে

এংকৰ অৰেল কেয়াৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰি দুটা নতুন অভিযান— “লাল। কমাল। বেমিছাল।” আৰু “নয়ে জামানে কী নয়ী সুৰক্ষা।” মুকলি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত মনোনিৱেশ…

কাইলৈ চিএছকেৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

চেন্নাই চুপাৰ কিংছ (চিএছকে) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলখন শুকুৰবাৰে তেওঁলোকৰ আশা সজীৱ ৰখাৰ বাবে এক আমোদজনক যুঁজ হ’ব। চলিত ছিজনত এতিয়ালৈকে এই…

হেয়াৰ ইণ্ডিয়াই আগবঢ়াইছে গ্ৰেভিটী শৃংখলাৰ এয়াৰ কণ্ডিচনাৰ

একেৰাহে ১৬ বছৰ ধৰি নং ১নং গ্ল’বেল মেজৰ এপ্লায়েন্স ব্ৰেণ্ড হেয়াৰ এপ্লায়েন্স ইণ্ডিয়াই বহু প্ৰত্যাশিত গ্ৰেভিটী ছিৰিজৰ এয়াৰ কণ্ডিচনাৰ মুকলি কৰিছে। ফেব্ৰিক ফিনিচিঙৰ সৈতে ভাৰতৰ একমাত্ৰ এআই ক্লাইমেট কণ্ট্ৰল এয়াৰ…

মাটিৰ পাত্ৰত আপুনি পানী খায় নে

মাটিৰ পাত্ৰক আটাইতকৈ বিশুদ্ধ বুলি গণ্য কৰা হৈছিল আৰু আয়ুৰ্বেদতো মাটিৰ পাত্ৰত ৰখা খোৱাপানীক ভাল বুলি গণ্য কৰা হয়। মাটি, পানী, জুই আদিৰ সহায়ত পাত্ৰ বা কলহ প্ৰস্তুত কৰা হয়।…

পথ-সুৰক্ষাক অভ্যাস-সংস্কৃতি হিচাপে গ্ৰহণৰ আহ্বান বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ

অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আহ্বানেৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত ব’হাগৰ বিহুৰ মঞ্চত পথ-সুৰক্ষা সজাগতা অব্যাহত আছে ৷ এতিয়া বিহুৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ সময়। এই…

কাইলৈ ৰাজস্থান ৰয়েলছৰে মুখামুখি আৰচিবিৰ

কাইলৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰচিবি) ৰাজস্থান ৰয়েলছৰ সৈতে খেলিব। য’ত আৰ চি বিৰ লক্ষ্য হ’ব তেওঁলোকৰ ঘৰুৱা খেলপথাৰ চিন্নাস্বামী ষ্টেডিয়ামত দলৰ অভিলেখ উন্নত…

দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৌদি আৰৱ ভ্ৰমণৰ বিষয়ে এক্সত পোষ্ট কৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মই চৌদি আৰৱৰ জেদ্দালৈ গৈ আছো।…

গেষ্ট্ৰাইটিছ চাৰ্জাৰীক আগুৱাই নিয়া: ৰবটিক্স আৰু এআইয়ে ৰোগীৰ যত্নক পুনৰ সংজ্ঞায়িত কৰে

প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত গেষ্ট্ৰ’ইনটেষ্টাইনেল বা পাকস্থলী(জিআই)ৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছে, যাৰ ফলত ৰোগীৰ শৰীৰত প্ৰয়োগৰ ক্ষেত্ৰত ফলাফল বা আৰোগ্যতাৰ হাৰ যথেষ্ট উন্নত হৈছে। ৰবটিক সহায়ক অস্ত্ৰোপচাৰে দৃশ্যমানতা…