Month: March 2025

ব্ল্যাক, মৰ্নিং মিষ্ট আৰু মুনষ্টোন গ্ৰে, ₹৪৯,৯৯০ ৰ পৰা আৰম্ভ কৰি হাইয়াৰে ষ্টাইলিছ কিনৌচি এচিএছ উন্মোচন কৰে

হায়াৰ এপ্লায়েন্স ইণ্ডিয়াই মুকলি কৰিলে কিন’চি লিমিটেড এডিচন এয়াৰ কণ্ডিচনাৰ, যি ভাৰতত প্ৰথমটো ষ্টাইলিছ, ৰঙীন এচি ৰূপে চিহ্নিত হৈছে, যি প্ৰিমিয়াম নান্দনিকতাক অত্যাধুনিক শীতলকৰণ প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰে। ব্লেক, মৰ্ৰ্নিং…

পুনৰ আত্মঘাতী আক্ৰমণত বহু লোকৰ মৃ*ত্যু

পাকিস্তানৰ সামৰিক শিবিৰত আত্মঘাতী আক্ৰমণত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জন লোক আহত হৈছে । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ৷পাকিস্তানৰ বান্নুত মঙলবাৰে দুখন বিস্ফোৰক ভৰ্তি বাহনে মূল…

আপুনি খাবলৈ আৰম্ভ কৰক এইবিধ খাদ্য

ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু ছাল সমস্যামুক্ত কৰি ৰখালৈকে বিভিন্ন দিশত তিয়ঁহ আমাৰ দেহৰ বাবে অতি উপকাৰী বিবেচিত হয়। তিয়ঁহে মানুহক শাৰীৰিক-মানসিকভাৱে সতেজ কৰি ৰাখে।…

নতুন নিছান মেগনাইট  ৫০,০০০ একক ৰপ্তানি বিক্ৰী মাইলৰ খুঁটি প্ৰাপ্ত কৰিছে

নিছানে আজি বহনক্ষম গতিশীলতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে নতুন নিছান মেগনাইট বিআৰ১০ প্ৰাকৃতিকভাৱে উদ্বুদ্ধ ইঞ্জিন এতিয়া সম্পূৰ্ণৰূপে ই ২০ সামঞ্জস্যপূৰ্ণ(কম্প্লায়েণ্ট), অধিক শক্তিশালী ১.০ এল এইচ আৰ ১০ টাৰ্বোচাৰ্জড পেট্ৰ’ল…

USTM ৰ আচাৰ্য মহবুবুল হকে লাভ কৰিলে জামিন

USTM ৰ আচাৰ্য মহবুবুল হকে লাভ কৰিলে জামিন। কিছুদিন পূৰ্বে দুটাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক। পৰীক্ষাত অসৎ পন্থ অৱলম্বন কৰাৰ অভিযোগ হকৰ বিৰুদ্ধে।জানিব পৰা মতে, মহবুবুল হকৰ বিৰুদ্ধে অসম…

৫ মাৰ্চত লাহোৰত দ্বিতীয় ছেমি ফাইনেলত নিউজিলেণ্ডৰে মুখামুখি দক্ষিণ আফ্ৰিকাৰ

বিশ্বমানৰ প্ৰতিভাৰে ভৰা নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই বুধবাৰে চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয়খন ছেমি ফাইনেলত লাহোৰত মুখামুখি হ’ব। দুয়োটা দল সমপৰ্যা়ৰৰূপত দেখা যায়। দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডে ক্ৰমান্বয়ে ১৯৯৮ আৰু ২০০০ চনত…

ৰঙালাও গুটিৰ উপকাৰিতাৰ বিষয়ে জানেনে

বহুলোকেই ৰঙালাও খায় যদিও ইয়াৰ গুটিবোৰ পেলাই দিয়ে । কিন্তু এবাৰ যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে নিশ্চয় ইয়াক নিতৌ খাবলৈ বাধ্য হ’ব।হয় আজি ক’ব বিচাৰিছোঁ ৰঙালাও গুটিৰ বিষয়ে।প্ৰায়ে…

উপ-ৰাষ্ট্ৰপতি ধনখৰে ভাৰতৰ বিকাশৰ বাবে বিশেষ শিক্ষানুষ্ঠান সমূহত কৰ্পোৰেট বিনিয়োগ বিচাৰিছে

শৈক্ষিক ক্ষেত্ৰত ৭৫ বছৰ সম্পূৰ্ণ কৰি হিন্দুজা গ্ৰুপে শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি নিজৰ দায়বদ্ধতা আকৌ এবাৰ প্ৰমাণ কৰি হিন্দুজা কলেজক ডিমড ইউনিভাৰ্চিটিলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰিছে। এই উদযাপন অনুষ্ঠানত…

হিন্দুস্তান পাৱাৰে অসমৰ নৱীকৰণযোগ্য শক্তি খণ্ডত ৬২০ কোটি টকা বিনিয়োগ কৰিব ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে

অসমৰ নবীকৰণযোগ্য শক্তিৰ দৃশ্যপটক আগুৱাই নিয়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপৰ সূচনা কৰি ৰাতুল পুৰীৰ হিন্দুস্তান পাৱাৰে অত্যাধুনিক শক্তি আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগৰ বাবে অসম চৰকাৰৰ…

বিশাল আৰু আগতকৈও ভালদৰে কৰক শ্বপিং : গ্ৰেণ্ড শ্বপচি মেলাই লৈ আহিছে আশ্চৰ্যজনক অফাৰ

ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ ভিতৰত অন্যতম ফ্লিপকাৰ্টৰ শ্বপচি-এ গ্ৰেণ্ড শ্বপচি মেলা(জিএছএম)ৰ অষ্টম সংস্কৰণ মুকলি কৰিছে। ১ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অব্যাহত থকা এই ডিজিটেল শ্বপিং উৎসৱত ফেশ্বন,…