Month: March 2025

ভাৰতৰবাসীৰ বাবে ভাল খবৰ

বন্দে ভাৰতৰ পিছত এতিয়া দেশবাসীয়ে অপেক্ষা কৰিছিল বুলেট ট্ৰেইনৰ বাবে আৰু ৰে’লৱেই এতিয়া দেশবাসীৰ এই অপেক্ষাৰ অৱসান ঘটোৱাৰ বাবে আগবাঢ়িছে। দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ৰে’লৱেই। প্ৰকাশিত খবৰ…

আপুনি ডাঠ,ঘন আৰু দীঘল চুলি বিচাৰে নেকি

উজ্জ্বল, ডাঠ তথা দীঘল ধুনীয়া চুলি সকলোৱে কাম্য।বিশেষকৈ মহিলাসকলৰ। চুলিখিনি আকৰ্ষণীয় কৰিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী তেল-ছেম্পু-মাস্ক ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।আপুনি জানি আচৰিত হ’ব যে চুলিখিনি ধুনীয়া কৰাত…

চেফ হৰপালৰ সৈতে ৰং বৰ্চে: গড্ৰেজ ভিখ্ৰুলি কুচিনাৰ হোলী উৎসৱ

ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ছোৱাত গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ(জিআইজি)ৰ মালিকানাধীন মিডিয়া প্লেটফৰ্ম গড্ৰেজ ভিখ্ৰুলি কুচিনাই এক স্বাস্থ্যকৰ, অধিক প্ৰামাণিক উৎসৱৰ অভিজ্ঞতাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ চেলিব্ৰিটি চেফ হৰপাল সিং সুখিৰ সৈতে অংশীদাৰিত্ব কৰিছে।…

ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰে এয়াৰটেল- জিঅ’ৰ চুক্তিক লৈ প্ৰশ্ন কংগ্ৰেছৰ

কংগ্ৰেছে ইলন মাস্কৰ উপগ্ৰহ ইণ্টাৰনেট প্ৰদানকাৰী ষ্টাৰলিংকৰ সৈতে দুটা ভাৰতীয় কোম্পানীৰ চুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “মাত্ৰ বাৰ ঘণ্টাৰ ভিতৰতে এয়াৰটেল…

৪ বছৰত বিজ্ঞাপনৰ নামত ৩৭০ কোটি টকা ব্যয় ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে ৪টা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নামত ব্যয় কৰে ৩৭০ কোটিৰো অধিক টকা। বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায়। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে…

ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ কৰিছে ছুপাৰষ্টাৰ ছলমান খানক

ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ বলীউডৰ চুপাৰষ্টাৰ চলমান খানক বহুপ্ৰত্যাশিত চিজন ২ৰ পূৰ্বে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰিছে। চলমান খানৰ নিযুক্তিয়ে চুপাৰক্ৰছক মূলসুঁতিৰ ক্ৰীড়া মনোৰঞ্জনলৈ প্ৰেৰিত কৰি অধিক চমক দিবলৈ সাজু…

পাণ্ডু সদিলাপুৰৰ শ্রী শ্রী মহাৰুদ্র যজ্ঞৰ সামৰণি ; দুখন গ্রন্থ উন্মোচন

গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰস্থিত বাবা শিৱ মন্দিৰ প্ৰাংগণত ৭,৮ আৰু ৯ মাৰ্চত তিনিদিনীয়াকৈ শ্রী শ্রী মহাৰুদ্র যজ্ঞ অনুষ্ঠিত হয়। ৯ মাৰ্চত সামৰণিৰ দিনা যজ্ঞৰ পূর্ণাহুতি প্রদানৰ পিছতে বিয়লি…

ৰেম’ ডি চুজা  আৰু মালাইকা অৰোৰাই হিপ হপ ইণ্ডিয়া চিজন ২-ৰ বাবে বিচাৰকৰ আসন শুৱনি কৰিব

হিপ হপ ইণ্ডিয়াই আমাজন এমএক্স প্লেয়াৰত চমকপ্ৰদ প্ৰতিভাৰে ভৰা হিপ-হপ ইণ্ডিয়াৰ দ্বিতীয় ছিজনৰ বাবে সাজু হৈছে। আত্মপ্ৰকাশৰ বছৰতে দেশজুৰি সফলতাৰ পিছত ছিজন ২-এ আৰু অধিক চমকপ্ৰদ অভিনয়, তীব্ৰ ৰণ আৰু…

লঙৰ উপকাৰীতাৰ বিষয়ে জানেনে

আমাৰ পাকঘৰত সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰা লঙত এন্টি-বেক্টেৰিয়েল, এন্টি-ফাংগেল আৰু এন্টি-অক্সিডেন্ট গুণ আছে। ই কেৱল মূৰৰ ছালখন সুস্থ কৰি তোলাই নহয় চুলিৰ শিপাও শক্তিশালী কৰে। লঙৰ পানীৰ উপকাৰিতা আৰু…

পুনৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ

১৫ মাৰ্চত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।স্কুল-কলেজ বন্ধ ঘোষণা কৰিলে প্ৰশাসনে।১৫ মাৰ্চত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ।সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব ১৫ মাৰ্চত।ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা।