Month: January 2025

কিষ্ণা জুৱেলাৰীৰ প্ৰচাৰ দেশজুৰি গ্ৰাহকসকলক দিয়া ১০০ খন গাড়ীৰ সৈতে সমাপ্ত হয়

ভাৰতৰ অন্যতম আগশাৰীৰ গহণা ক্ষেত্ৰখনৰ খুচুৰা শৃংখল কিষ্ণা ডাইমণ্ড এণ্ড গ’ল্ড জুৱেলাৰীয়ে সমগ্ৰ দেশৰ ১০০জন সৌভাগ্যৱান গ্ৰাহকক মাৰুতি চেলেৰিঅ’ গাড়ী প্ৰদান কৰিছে। #অবকি_বাৰ_আপকে_লিয়ে অভিযানৰ ভব্য সামৰণিৰ অংশ হিচাপে ১১খন চহৰত…

পুনৰ ছবিগৃহত মুক্তি পাব সঞ্জয় লীলা ভাঞ্চালীৰ ‘পদ্মাৱত’

চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৮ চনৰ ছবি ‘পদ্মাৱত’ আকৌ এবাৰ ছবিগৃহত মুক্তি পাব। বুধবাৰে এই ঘোষণা কৰা হৈছে। ছবিখনত দীপিকা পাডুকন, ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰে মুখ্য চৰিত্ৰত অভিনয়…

ৰাষ্ট্ৰীয় আলমণ্ড দিৱসৰ প্ৰাক ক্ষণত কেলিফৰ্ণিয়াৰ আলমণ্ডৰ স্বাস্থ্যজনিত লাভালাভৰ ওপৰত আলোকপাত

২৩ জানুৱাৰীৰ ৰাষ্ট্ৰীয় আলমণ্ড দিৱসৰ প্ৰাকক্ষণত আলমণ্ডৰ অজস্ৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত আলোকপাত কৰা হৈছে, আলমণ্ড হৈছে বিজ্ঞান আৰু পৰম্পৰাৰে সমৃদ্ধ এক চুপাৰ ফুড। আইচিএমআৰ-এনআইএনৰ খাদ্য নিৰ্দেশনাৰ পৰামৰ্শৰ লগতে ২০০ৰো অধিক…

ভয়ংকৰ অগ্নিকাণ্ড ফলত ৭৬জন লোকৰ মৃ*ত্যু

এখন ৰিজৰ্টত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭৬ জনলোকৰ মৃত্যু হয়। জানিব পৰা মতে, এই হোটেলখনত প্ৰায় ২৩৪ গৰাকী অতিথি আছিল। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম তুৰস্কৰ এখন ৰিজৰ্টত…

৪জন বাংলাদেশী নাগৰিকক আটক অসম আৰক্ষীৰ

শেহতীয়াকৈ পুনৰ চাৰি বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে । অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এই চাৰিজন বাংলাদেশীক অসম আৰক্ষীয়ে বাধা দিয়াৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত…

ডব্লিউইএফৰ বাৰ্ষিক সভা ২০২৫-এ বিশ্বৰ নেতাসকলক একত্ৰিত কৰিছে

ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ’ৰাম(ডব্লিউইএফ)ৰ বাৰ্ষিক অধিৱেশন ২০২৫ত ভাৰতক প্ৰতিনিধিত্ব কৰে দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব), জয়ন্ত চৌধুৰীয়ে। ২০ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত এই…

অৰ্ধপৰিবাহী প্ৰকল্পবোৰে ২৫,০০০ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিব: বিত্ত মন্ত্ৰালয়

অহা মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধপৰিবাহী কাৰ্যসূচীৰ অধীনত সৃষ্টি কৰা বিনিয়োগ আৰু নিযুক্তিৰ সুযোগ আৰু ইলেক্ট্ৰনিক্স সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ…

প্ৰধানমন্ত্ৰী মোদীয়ে গ্লোবেল এক্সপোত জেএছডব্লিউ এমজি মটৰ পেভিলিয়নত ইভি উদ্ভাৱনৰ বাবে সমৰ্থন প্ৰদৰ্শন কৰে

ভাৰত মবিলিটী গ্লবেল এক্সপ’ ২০২৫ত জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই বহনক্ষম গতিশীলতাৰ ক্ষেত্ৰত নিজৰ শেহতীয়া উদ্ভাৱনসমূহ উন্মোচন কৰে, এই সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ‘ড্ৰাইভ.ফিউচাৰ’ থিমৰ পেভিলিয়ন পৰিদৰ্শন কৰে।…

সীমিত সংখ্যক বনকৰ্মীয়ে পহৰা দি আহিছে ৰাণী বনাঞ্চল

আজাৰা, ২১ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ ঐতিহাসিক দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্তৰ শুকুৰবেৰীয়া হৈ প্রায় লোহাৰঘাটৰ সমীপলৈকে সামৰি থকা ৬৬২৪ হেক্টৰ মাটিকালিৰে পৰিৱেষ্টিত ৰাণী সংৰক্ষিত বনাঞ্চলখন…

ৰাণী বন বিষয়া কাৰ্যালয়ৰ অভিযানত জব্দ বহু মূল্যবান চোৰাং কাঠ

২১জানুৱাৰী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰূদ্ধে অভিযান চলাই আহিলেও একাংশ চতুৰ সৰবৰাহকাৰীয়ে মাজে সময়ে নতুন নতুন…