Month: January 2025

স্কিল ইণ্ডিয়াই এআই বুষ্ট মেটাৰ লামা মডেলৰ সহায়ক লাভ কৰে

ভাৰতৰ কৰ্মশক্তিক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিব পৰা এক পদক্ষেপত দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ে মেটাৰ মুক্ত-উৎস লামা মডেলৰ ব্যৱহাৰ কৰি এআই-চালিত প্লেটফৰ্ম স্কিল ইণ্ডিয়া এচিষ্টেণ্ট (এছআইএ)ৰ বিকাশৰ কথা ঘোষণা কৰিছে। বিশ্ব…

স্বপ্নৰ বিবাহক বাস্তৱত পৰিণত কৰিবলৈ টাটা এআইএ লাইফে আগবঢ়াইছে ‘শুভ মুহুৰত’

ভাৰতীয় বিবাহৰ সৈতে সম্পৰ্কিত বৰ্ধিত বিত্তীয় বোজা সমাধান কৰাৰ বাবে দেশৰ আগশাৰীৰ জীৱন বীমাকৰ্তা টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘শুভ মুহুৰত’, যি হৈছে এক নতুন জীৱন বীমা সমাধান। এই…

এনএছডিচি-এন এ এছ সহযোগিতাৰ জৰিয়তে মিৰাটৰ যুৱক-যুৱতীসকলে উদ্যোগ-প্ৰস্তুত দক্ষতা লাভ কৰিব

এনএছডিচি আৰু নানক চান্দ এংলো সংস্কৃত মহাবিদ্যালয়ে মিৰাটত দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, ইয়াৰ জৰিয়তে নিয়োগযোগ্যতা বৃদ্ধি আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলক উদ্যোগ-প্ৰাসংগিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য…

টাটা চ’লফুলে গুৱাহাটীৰ মহাকুম্ভ মেলাত লাখ লাখ লোকক খাদ্য যোগান ধৰে

টাটা চ’লফুলত আমি সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে স্বাস্থ্যকৰ আৰু সুস্বাদু বিকল্প যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। টাটা চ’লফুল হৈছে এক পেকেটযুক্ত খাদ্যৰ ব্ৰেণ্ড, যি স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে। মহাকুম্ভ…

২৮ জানুৱাৰীত ৰাজকোটত ভাৰত-ইংলেণ্ডৰ তৃতীয় টি-২০

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৰাজকোটত কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ খেল খেলিব। ভাৰতীয় দলটোৱে ইয়াৰ বাবে দেওবাৰে নিশা পলমকৈ ৰাজকোটত উপস্থিত হয়, য’ত অনুৰাগীসকলে তেওঁলোকক উষ্ম আদৰণি জনায়। শনিবাৰে…

ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ’ব: মুখ্যমন্ত্ৰী

পৰম্পৰা ভংগ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। আনহাতে, ৰাজ্যপালে গুৱাহাটীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা খনিকৰ…

এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিছে এআই-চালিত ইজেড বুকিং

ভাৰতৰ আগশাৰীৰ গ্লবেল বিমান সেৱা প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই এটা কৃত্ৰিম বুদ্ধিমত্তা(এআই)চালিত সুবিধা ইজেড বুকিং মুকলি কৰিছে, যাৰ দ্বাৰা গ্ৰাহকসকলে কেৱল এআই এজেণ্টৰ সৈতে নিজৰ বিতং ভ্ৰমণসূচী টেক্সট বা কথা পাতি…

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

জুৱা খেলৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। নগাওঁ আৰক্ষীৰ অভিযানকাৰী দলে চহৰ খনৰ লক্ষীনগৰত অভিযান চলাই জুৱা খেল চক্ৰৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে জুৱা খেলত ব্যৱহৃিত বিভিন্ন সামগ্ৰীও…

কলিয়াবৰত মাথাউৰি ভাঙি পৰিল বাইক আৰোহী

গণৰাজ্য দিৱসৰ আনন্দৰ মাজতে কালি নিশা কলিয়াবৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ভগ্ন মথাউৰিৰ পৰা প্ৰায় ২০ ফুট তলত পৰিল বাইকসহ আৰোহী। এতিয়ালৈকে সন্ধান নাই বাইক আৰোহী যুৱকৰ।বাইক আৰোহীগৰাকী জখলাবন্ধাৰ…

এলআইচি মিউচুৱেল ফাণ্ডৰ দ্বাৰা মাল্টি এছেট এডভান্সমেণ্ট ফাণ্ড আৰম্ভ কৰা হৈছে

এলআইচি মিউচুৱেল ফাণ্ডে নিজৰ নতুন আঁচনি এলআইচি এমএফ মাল্টি এচেট এল’কেচন ফাণ্ড আৰম্ভ কৰিছে, এই পুঁজিৰ উদ্দেশ্য হৈছে বিনিয়োগকাৰীসকলক ইকুইটি, ঋণ আৰু স্বৰ্ণৰ মাজেৰে বৈচিত্ৰ্যময় বিনিয়োগৰ বিকল্প প্ৰদান কৰা। ২০২৫…