Political ৩১ জানুৱাৰীৰ পৰা পাঠশালাত পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ অধিবেশন January 29, 2025 Sonakshi Sarkar ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া বৃহৎ কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ অধিবেশন। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মঙলবাৰে অসম…
Business প্ৰশিক্ষণ সঞ্চালকালয় (ডিজিটি) এমএছডিইয়ে উদ্যোগীক উৎসাহিত কৰাৰ বাবে ইনকিউবেচন কাৰ্যসূচীৰ বাবে বিআইটিএছ পিলানিৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰ (এমওইউ) কৰে January 29, 2025 Business Bureau দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ অধীনত প্ৰশিক্ষণ সঞ্চালকালয়ে ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান(এনএছটিআই)ৰ শিক্ষাৰ্থীসকলৰ মাজত উদ্যমিতা আৰু দক্ষতা বৃদ্ধিৰ বাবে বিআইটিএছ পিলানিৰ পিলানি উদ্ভাৱন আৰু উদ্যোগ বিকাশ সমিতি(পিআইইডিএছ)ৰ সৈতে বুজাবুজিৰ চুক্তিত…
Business আইচিএআৰ–চিআইএফইৰ সহযোগত গড্ৰেজ এগ্ৰ’ভেটে আগবঢ়াইছ এগ্ৰ’ৰিড January 29, 2025 Business Bureau ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিআৰ) – চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিচাৰিজ এডুকেচন(চিআইএফই)ৰ সহযোগত গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(গড্ৰেজ এগ্ৰ’ভেট)-এ এগ্ৰ’ৰিড নামৰ এক অভিনৱ মাছৰ ৰোগ নিয়ন্ত্ৰক মুকলি কৰিছে। ভাৰতীয় মীন পালন খণ্ডৰ ৪৮%…
Business ৭৬ সংখ্যক গণৰাজ্য দিৱসত শ্ৰী জয়ন্ত চৌধুৰীয়ে ১০০ জন উদ্যোগীক সন্মান জনায় January 29, 2025 Business Bureau ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৌশল ভৱনত ১০০ গৰাকী বিশিষ্ট উদ্যোগীক সম্বৰ্ধনা জ্ঞাপন কৰে। ভাৰতৰ সমৃদ্ধিশালী দক্ষতা পৰিৱেশ তন্ত্ৰক প্ৰতিনিধিত্ব…
Business পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক January 28, 2025 Dipshikha পুনৰ অসম আৰক্ষীয়ে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক । উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশত বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।একে সময়তে সীমান্তত নিয়মীয়া টহল অব্যাহত ৰাখিছে আৰক্ষীয়ে…
Business সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত January 28, 2025 Dipshikha সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত। ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ যাত্ৰা আৰম্ভ কৰিছিল সমীৰণ ফুকনে। এতিয়া সমীৰণে নতুন সাধাৰণ সম্পাদক ৰূপে পৰৱৰ্তী…
Assam মাইক্ৰছফ্টে ক্ৰয় কৰিব টিক টক January 28, 2025 Sonakshi Sarkar আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইংগিত দিছে যে প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰছফ্টে টিক টকৰ আমেৰিকাৰ ব্যৱসায় ক্ৰয় কৰিব পাৰে। ট্ৰাম্পে কৈছে যে তেওঁ টিক টক ক্ৰয় কৰিবলৈ নিবিদাৰ প্ৰতিযোগিতা চাবলৈ অধিক…
Assam পুনৰ আৰম্ভ হ’ব কৈলাশ মানসৰোবৰ যাত্ৰা January 28, 2025 Sonakshi Sarkar ভাৰত আৰু চীনে সম্পৰ্ক পুনৰ শক্তিশালী কৰি গ্ৰীষ্মকালত কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছে। ইয়াৰ লগতে পোনপটীয়া বিমান চলাচল পুনৰ আৰম্ভ কৰিবলৈ নীতিগতভাৱে দুয়োখন দেশ সন্মত হৈছে। বৈদেশিক…
Business মহিন্দ্ৰা ট্ৰাক আৰু বাছ বিভাগে লখিমপুৰত নতুন ডিলাৰশ্বিপ মুকলি কৰিছে January 28, 2025 Business Bureau মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ বিভাগে লখিমপুৰত নিজৰ ৮৭ সংখ্যক অত্যাধুনিক ডিলাৰশ্বিপ মুকলি কৰি নিজৰ সেৱা সম্প্ৰসাৰণ অব্যাহত ৰাখিছে। চাৰিটা চাৰ্ভিচ বে’ৰে সুসজ্জিত নতুন ৩এছ (চেলছ, চাৰ্ভিচ, স্পেয়াৰ) সুবিধা কেন্দ্ৰই দৈনিক…
Business আঞ্চলিক অৰ্থনীতি বৃদ্ধিৰ বাবে অসমৰ প্ৰথম ফিনটেক বেংক ইউনিকৰ্ণ January 28, 2025 Business Bureau নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি) আৰু শ্লাইচৰ একত্ৰিকৰণৰ লগে লগে অসম ভাৰতৰ প্ৰথম ফিনটেক-বেংক ইউনিকৰ্ণৰ জন্মভূমি ৰূপে পৰিগণিত হোৱাৰ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। অসম চৰকাৰৰদ্বাৰা সহজসাধ্য হোৱা এই ৰূপান্তৰে…