Business আইটিএমএ-ৰ সৈতে অংশীদাৰীত্বত আইচিএআই-য়ে সফলতাৰে এখন চেমিনাৰ তথা কৰ্মশালা আয়োজন কৰে November 11, 2024 Business Bureau ইণ্ডিয়ান ট্ৰেন্সফৰ্মাৰ মেনুফেকচাৰ্ছ এছ’চিয়েচন (আইটিএমএ)ৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় কপাৰ এছ’চিয়েচন ইণ্ডিয়াই ২০২৪ চনৰ ০৮ নৱেম্বৰত গুৱাহাটীৰ হোটেল ভিভাণ্টাত এখন আলোচনা চক্ৰ-সহ-কৰ্মশালা সফলতাৰে আয়োজন কৰে। চেণ্ট্ৰেল ইলেক্ট্ৰিচিটী অথৰিটী (চিইএ) আৰু ব্যুৰো অৱ…
Latest দেশৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ সঞ্জীৱ খান্নাৰ November 11, 2024 Sonakshi Sarkar ন্যায়াধীশ সঞ্জীৱ খান্নাই ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি…
Business সহযোগিতা আৰু জ্ঞান বিনিময় বৃদ্ধি কৰা November 11, 2024 Business Bureau ৮ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ আয়োজিত এপ’ল’ কেন্সাৰ কনক্লেভৰ সপ্তম সংস্কৰণত সমগ্ৰ বিশ্বৰ ২০০০ৰো অধিক অংক’লজিষ্ট আৰু ৪০০ কৰ্কট ৰোগ বিশেষজ্ঞক একত্ৰিত কৰি কেন্সাৰ কেয়াৰৰ ক্ষেত্ৰত যুগান্তকাৰী অগ্ৰগতিৰ বিষয়ে আলোচনা…
Business নতুন এনএছডিচি-টিচিএছ আইঅ’এন অংশীদাৰিত্বই দেশজুৰি উদ্যোগ-স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ প্ৰদান কৰে November 11, 2024 Business Bureau নেচনেল স্কিল ভেভেলপমেণ্ট কৰ্পৰেচন (এনএছডিচি) আৰু টিচিএছ আইঅ’নে ৰাষ্ট্ৰীয় দক্ষতা পৰীক্ষা(নেচনেল প্ৰফিচিয়েঞ্চি টেষ্ট) চমুকৈ এনপিটি আৰম্ভ কৰাৰ লগতে সমগ্ৰ ভাৰততে দক্ষতা বৃদ্ধি আৰু যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে উদ্যোগৰ স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ…
Business আইচিআইচিআই ফাউণ্ডেচনে উত্তৰ-পূব ভাৰতৰ ৯,১০০ৰো অধিক ৰোগীৰ স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰে November 11, 2024 Business Bureau আইচিআইচিআই বেংকৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) শাখা আইচিআইচিআই ফাউণ্ডেচনে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ স্বাস্থ্যসেৱা উন্নতি আৰু সুলভতাৰ বাবে প্ৰয়াস কৰি আহিছে আৰু এই ইতিবাচক পদক্ষেপসমূহৰ জৰিয়তে ২০২৩ চনৰ পৰা সমগ্ৰ অসম,…
Business অসমৰ গৌৰৱ ৰিয়ান পৰাগৰ আজি ওপজা দিন November 10, 2024 Dipshikha অসম গৌৰৱ ৰিয়ান পৰাগৰ আজি জন্মদিন। ১০ নৱেম্বৰ ২০০১ত জন্ম লাভ কৰা ৰিয়ানৰ ঘৰ গুৱাহাটীত । ক্ৰিকেটাৰ ৰিয়ান সোঁহতীয়া বেটচমেন আৰু লেগ স্পীন বলাৰ । আজি ২৩ বছৰ বয়সত ভৰি…
Business এনএছডিচিৰ ভৰতপুৰ চাকৰি মেলাত যুৱ নিযুক্তি বৃদ্ধিৰ বাবে ১১,০০০ সুযোগ প্ৰদান কৰা হৈছে November 9, 2024 Business Bureau দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি)-এ ১৯ নৱেম্বৰত ভৰতপুৰত মেগা নিয়োগ মেলা কৌশল মহোৎসৱৰ আয়োজনৰ কথা সদৰি কৰিছে ভৰতপুৰৰ বিধায়ক সুভাষ গাৰ্গে। চাকৰি মেলাৰ জৰিয়তে যুৱক-যুৱতীসকলক…
Business কিউনেট ইণ্ডিয়াই বিশ্ব ডায়েবেটিচ দিৱসৰ বাবে স্বাস্থ্য পৰিপূৰকৰ সৈতে সুস্থতা বৃদ্ধি কৰে November 9, 2024 Business Bureau ১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিচ দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে কিউনেট ইণ্ডিয়াই আগশাৰীৰ স্বাস্থ্য পৰিপূৰক(হেল্থ ছাপলমেণ্ট) নিউট্ৰিপ্লাছ দিয়াবাহেল্থ আৰু নিউট্ৰিপ্লাছ ইমিউনহেল্থ মুকলি কৰি ব্যাপক ৰূপত ডায়েবেটিচ ৰোগ ব্যৱস্থাপনাৰ প্ৰতি…
Sports চেম্পিয়নছ ট্ৰফীৰ স্থানক লৈ বিচিচিআই- পিচিবিৰ মাজত বিবাদ November 9, 2024 Sonakshi Sarkar পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ মহছিন নকভিয়ে শুকুৰবাৰে স্পষ্টভাৱে এই কথাৰ অস্বীকাৰ কৰি কয় যে তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ (বিচিচিআই) পৰা কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰিছে যে তেওঁলোকৰ ৰাষ্ট্ৰীয় দলে…
Latest ২০২৪ৰ ৯ মাহত প্ৰাকৃতিক দুৰ্যোগত ৩,২৩৮জন লোকৰ মৃত্যু November 9, 2024 Sonakshi Sarkar ২০২৪ চনৰ প্ৰথম ন মাহত ভাৰতে ৯৩ শতাংশ দিনত অৰ্থাৎ ২৭৪ দিনৰ ভিতৰত ২৫৫ দিনত গ্ৰীষ্ম আৰু শীত, বতাহ, ঘূৰ্ণীবতাহ, বজ্ৰপাত, ধাৰাসাৰ বৰষুণ, বান পানী আৰু ভূমিস্খলনৰ সন্মুখীন হয়। এই…