Month: November 2024

২০২৪ৰ ১০ মাহত গুৱাহাটীত ১৬০ টা দলীয় ডকাইতি, ১,৭৪২ টা চুৰিৰ ঘটনা

ৰাজধানী গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। স্মার্ট আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনা। মহানগৰীত চলিত বৰ্ষত যোৱা ১০ মাহত…

মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু এমএছডিই সচিবে দক্ষতা বিকাশ শক্তিশালী কৰিবলৈ মিডিয়া আৰু মনোৰঞ্জন দক্ষতা পৰিষদৰ সৈতে সাক্ষাৎ কৰে

ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক উন্নীত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সংবাদ মাধ্যম আৰু মনোৰঞ্জন দক্ষতা পৰিষদ(এম ই…

গ্ৰছ ৰিটেন প্ৰিমিয়াম ৬,৫৪৪ কোটি টকা পোৱাৰ লগে বাজাজ এলিয়ানজ লাইফৰ বজাৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে দোপতদোপে ব্যৱসায়ত উন্নতি কৰি ২০২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ইতিবাচক প্ৰদৰ্শন কৰিলৈ সক্ষম হৈছে, ব্যক্তিগত ৰেটপ্ৰাপ্ত নতুন ব্যৱসায় (আই আৰ এন বি)ত ৩৪% উল্লেখযোগ্য বৃদ্ধিৰে ২৪…

খোৱা খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতি ৬.২১ শতাংশলৈ বৃদ্ধি

খোৱা খাদ্যৰ মূল্য দ্ৰুত হাৰত বৃদ্ধিৰ বাবে খুচুৰা মুদ্ৰাস্ফীতি অক্টোবৰত ৬ শতাংশৰ পৰা ৬.২১ শতাংশলৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ ২০২৪-ত, খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৪৯ শতাংশ। অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰে ভাৰতীয়…

মণিপুৰলৈ ২০ টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী প্ৰেৰণ

পাহাৰীয়া ৰাজ্য মণিপুৰত পুনৰ আইন-শৃংখলাজনিত সমস্যা দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ২০ টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে। য’ত আছে প্ৰায় ২,০০০ জোৱান। সূত্ৰই কয় যে…

বিশ্ব ডায়েবেটিচ দিৱস: ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ আপোনাৰ দৈনিক আহাৰত এমুঠি কাঠবাদাম অন্তৰ্ভুক্ত কৰক

১৪ নৱেম্বৰত প্ৰতিবছৰে পালন কৰা বিশ্ব ডায়েবেটিচ দিৱস, ডায়েবেটিচৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে আৰু সুলভ যত্নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “বিশ্বৰ ডায়েবেটিচ ৰাজধানী” বুলি জনাজাত ভাৰতে এক বৰ্ধিত…

গড্ৰেজ কেমিকেলছে ছাভান্না ছাৰফেক্টেণ্টছ অধিগ্ৰহণৰ সৈতে এফ এণ্ড বি পৰ্টফলিঅ’ক বুষ্ট কৰে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ কেমিকেল বিজনেছ শাখাই ছাভান্না ছাৰফেক্টেণ্টছ লিমিটেডৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ বিজনেছ অধিগ্ৰহণৰ বাবে কৌশলগত চুক্তিত স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে। এই অধিগ্ৰহণত অন্তৰ্ভুক্ত আছে সম্পূৰ্ণ হোৱা সামগ্ৰীৰ ৫২০০…

এবছৰৰ পিছত পেছাদাৰী মেচ খেলিবলৈ সাজু মহম্মদ ছামী

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ বাবে এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। দলটোৰ দ্ৰুত বলাৰ মহম্মদ ছামী ফিট হৈ উঠিছে আৰু তেওঁ খেলপথাৰলৈ উভতি আহিবলৈ সাজু হৈছে। প্ৰায় এবছৰৰ পিছত, তেওঁক…

ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক  বিতাড়িত কৰা হ’ব: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে যদি ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত আৰু বিতাড়িত কৰিবলৈ এখন সমিতি গঠন কৰা হ’ব। লগতে তেওঁলোকে দখল কৰা ভূমি উভতাই…

এপোলো কৰ্কট কেন্দ্ৰই এপোলো কৰ্কট সন্মিলন ২০২৪ৰ সপ্তম সংস্কৰণ আয়োজন কৰে

মুম্বাইৰ বিকেচি জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত এপ’ল’ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত এপ’ল’ কেন্সাৰ কনক্লেভ ২০২৪ৰ সপ্তম সংস্কৰণ সুকলমে অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ ২০০০ৰো অধিক অংক’লজিষ্ট আৰু ৪৫০ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয়…