Sports আইপিএলৰ মেগা নিলামত ঋষভ পণ্ট আটাইতকৈ ব্যয়বহুল খেলুৱৈ হোৱাৰ সম্ভাৱনা November 23, 2024 Sonakshi Sarkar কাইলৈ পৰা চৌদি আৰৱত আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) দুদিনীয়া মেগা নিলামত উইকেটকিপাৰ বেটছমেন ঋষভ পণ্ট আটাইতকৈ ব্যয়বহুল খেলুৱৈ হোৱাৰ সম্ভাৱনা আছে। এই নিলামত ৫৭৭ জন খেলুৱৈক…
Business ছত্তীশগড়ত সংঘৰ্ষ November 22, 2024 Dipshikha ছত্তীশগড়ৰ দক্ষিণ সুকমাত ডি আৰ জি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ । পুৱাৰে পৰা অব্যাহত আছে গুলীয়াগুলী ।ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত সেনা আৰু নক্সালবাদীৰ মাজত এক বৃহৎ সংঘৰ্ষ চলি আছে…
Business চুপাৰ.মানি চুপাৰএফডি মুকলি কৰে, ইউপিআই-ৰ জৰিয়তে এফডি-ত ৯.৫% সূত প্ৰদান কৰে November 22, 2024 Business Bureau ছুপাৰ.মানিয়ে আজি ছুপাৰএফডি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ছুপাৰএফডি হৈছে সম্পূৰ্ণ ডিজিটেল চেভিংছ প্ৰডাক্ট, যিয়ে ফিক্সড ডিপ’জিটলৈ ইউপিআইৰ সহজতা আৰু সুলভতা লৈ আহিছে। কোম্পানীটোৱে সমগ্ৰ প্ৰক্ৰিয়াটোক সম্পূৰ্ণ ডিজিটেল (২মিনিটতকৈ…
Sports ১৪ মাৰ্চৰ পৰা ২৫ মে’লৈ আই পি এল ২০২৫ November 22, 2024 Sonakshi Sarkar ঘোষণা হ’ল আই পি এল ২০২৫ৰ দিন। প্ৰতিযোগিতাখন ১৪ মাৰ্চৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ’ব। কেৱল অহা বছৰেই নহয় ২০২৬ আৰু ২০২৭ বৰ্ষৰ তাৰিখো ঘোষণা কৰা হৈছে। ২০২৬ৰ আই পি…
Business আলমণ্ড এক ফিটনেছ সহযোগী হিচাপে আৰোগ্য বৃদ্ধি কৰা: অধ্যয়ন November 22, 2024 Business Bureau শেহতীয়াকৈ কাৰেণ্ট ডেভেলপমেণ্টছ ইন নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়নত আলমণ্ডক ফিটনেছ ৰিকাভাৰীৰ প্ৰধান খাদ্য হিচাপে স্থান দিয়া হৈছে, এই তথ্য প্ৰকাশৰ লগে লগে ৱেলনেছ(সুস্থতা) খণ্ডত কৰ্পৰেট আৰু খুচুৰা ব্যৱসায়ত ব্যাপক সুযোগৰ…
Business নতুন ছেগমেণ্টৰ বাবে ০.৬ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰে সম্প্ৰসাৰণ November 21, 2024 Business Bureau জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত দেশজোৰা শক্তিশালী নেতৃত্ব বজাই ৰখা কোম্পানীটোৱে…
Business জেজিআই ইণ্ডিয়া যুৱ পৰিষদে পৰিৱেশ পৰিৱৰ্তনৰ বাবে যুৱ কণ্ঠক শক্তিশালী কৰিলে November 21, 2024 Business Bureau গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড শ্বুটছ আন্দোলনৰ অংশস্বৰূপ এই যুৱ পৰিষদৰ…
Business এনএচডিচি মেগা নিযুক্তি ড্ৰাইভ কঢ়িয়াই আনিলে ভাৰতপুৰলৈ ২০ হাজাৰ চাকৰিৰ সুযোগ November 21, 2024 Business Bureau দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে চাকৰিৰ প্ৰস্তাৱ লাভেৰে সমাপ্ত হৈছে। ভৰতপুৰ…
Latest অষ্ট্ৰেলিয়াত শিশুক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ সংসদত বিধেয়ক উত্থাপন November 21, 2024 Sonakshi Sarkar অষ্ট্ৰেলিয়াৰ সংসদৰ নিম্ন সদনত এখন বিধেয়ক উত্থাপন কৰা হৈছে। ইয়াৰ অধীনত, ১৬ বছৰৰ তলৰ শিশুৰ দ্বাৰা ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিধেয়কখন বৃহস্পতিবাৰে উত্থাপন কৰা হয়। অষ্ট্ৰেলিয়াৰ…
Latest বাকসা জিলাত বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন November 21, 2024 Sonakshi Sarkar অসমৰ বন বিভাগ আৰু বি টি আৰৰ অন্তৰ্গত বাকসা বন সংমণ্ডলে বাকসা জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহায়ত গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে জিলাখনৰ কমেও ৫০ বন্যহস্তীৰ এটা জাকৰ…