Month: November 2024

ভি-ৰ কৌশলগত নেটৱৰ্ক সম্প্ৰসাৰণ: প্ৰতি ঘণ্টাত ১০০টা টাৱাৰ সংযোজন, শক্তিশালী কৰিছে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি

ভি-এ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৌশলত এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে, প্ৰতি ঘণ্টাত ১০০টা টাৱাৰ সংযোগ কৰাৰ লক্ষ্যত উপনীত হৈছে। এই সাফল্য ভি-ৰ বৰ্তমানে অব্যাহত থকা ‘আমি কাৰোবাৰ হও’ অভিযানৰ…

টেষ্ট ক্ৰিকেটত ৯০০০ ৰান সম্পূৰ্ণ কেন উইলিয়ামছনৰ

নিউজিলেণ্ড ক্ৰিকেট দলৰ কিংবদন্তি বেটছমেন কেন উইলিয়ামছনে ইতিহাস ৰচনা কৰিছে। তেওঁ কিৱি দলৰ হৈ টেষ্ট ক্ৰিকেটত ৯০০০ ৰান সংগ্ৰহ কৰা প্ৰথম জন খেলুৱৈ হৈ পৰিছে। ৩৪ বছৰীয়া বেটছমেনজনে তেওঁৰ ১০৩…

ভাৰতৰ ২১.২ কোটি প্ৰাপ্তবয়স্ক লোক ডায়েবেটিচত আক্ৰান্ত

যোৱা কেইটামান দশকত অৰ্থনৈতিক বিকাশৰ সৈতে, ভাৰতীয় জীৱনশৈলীও দ্ৰুতগতিত সলনি হৈছে। ইয়াৰ কিছুমান ইতিবাচক আৰু কিছু নেতিবাচক প্ৰভাৱ পেলাইছে। জীৱনশৈলী আৰু খাদ্যৰ এই পৰিৱৰ্তনে দ্ৰুতগতিত ভাৰতীয়সকলক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত,…

হোটেল প’ল’ টাৱাৰ্ছ শ্বিলঙে ২৯ নৱেম্বৰত মুকলি কৰিলে ট্ৰিং ট্ৰিং

হোটেল প’ল’ টাৱাৰ্ছ শ্বিলঙে ট্ৰিং ট্ৰিং মুকলি কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে, যি হৈছে এক ব্যতিক্ৰমী দিনজোৰা ডাইনিং আৰু ককটেল বাৰৰ সুবিধাক্ষেত্ৰ, ২৯ নৱেম্বৰৰ পৰা গ্ৰাহকৰ বাবে মুকলি হৈছে…

ভাৰতৰ চুলিৰ যত্ন খণ্ডৰ প্ৰতিভাধৰসকলৰ সবলীকৰণৰ বাবে গড্ৰেজ প্ৰফেচনেলে আগবঢ়াইছে স্পটলাইট

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনৰ আগশাৰীৰ ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেলে ভাৰতৰ হেয়াৰ ষ্টাইল খণ্ডৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে আয়োজন কৰিছে প্লেটফৰ্ম গড্ৰেজ প্ৰফেচনেল স্পটলাইট। বিউটি এণ্ড ৱেলনেছ ছেক্টৰ স্কিল কাউন্সিল (বি এণ্ড…

একাৰ্টে যোগান শৃংখলৰ মুদ্ৰাকৰণত ৮X বৃদ্ধিৰ কথা ঘোষণা কৰে, ভাৰতৰ লজিষ্টিক উদ্যোগক পুনৰ সংজ্ঞায়িত কৰে

ভাৰতৰ ৪পিএল লজিষ্টিক উদ্যোগৰ অগ্ৰণী প্ৰতিষ্ঠান ই-কাৰ্টে যোৱা ৩ বছৰত যোগান শৃংখলৰ মনেটাইজেচন(মুদ্ৰাকৰণ)ৰ ক্ষেত্ৰত উল্লেখযোগ্য ৮গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ বিস্তৃত লজিষ্টিক নেটৱৰ্কে ভাৰতীয় ডাক কোডৰ ৯৮% অঞ্চল সামৰি…

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত অংশগ্ৰহণ নকৰে মীৰাবাঈ চানুৱে

টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে অহা সপ্তাহত বাহৰেইনৰ মানামাত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব নোৱাৰে কিয়নো তেওঁ পুনৰসংস্থাপন অব্যাহত ৰাখিব। ৩০ বছৰীয়া প্ৰাক্তন বিশ্ব চেম্পিয়ন গৰাকীয়ে…

ৱাকফ (সংশোধনী) বিধেয়কৰ জেপিচিৰ অষ্টম বৈঠক বৰ্জন বিৰোধীৰ

বিৰোধী সাংসদসকলে বুধবাৰে ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত জেপিচিৰ অষ্টম বৈঠক বৰ্জন কৰে। সাংসদসকলে অভিযোগ কৰিছিল যে জেপিচিৰ সভাপতি জগদম্বিকা পালে যথাযথ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ ২৯ নৱেম্বৰৰ সময়সীমাৰ ভিতৰত লোকসভাত খচৰা…

বন বিভাগৰ জালত ২চোৰাং চিকাৰী

গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী। হাতী চিকাৰৰ সন্দেহত আটক শশধৰ ৰাভা, ছাহজাহান আলীক । আটকাধীন চোৰাং চিকাৰী শশধৰ ৰাভা মেঘালয়ৰ ফকিৰমাৰাৰ। ছাহজাহান আলী হৈছে গোৱালপাৰাৰ জুৰিগাঁৱৰ। যোৱা…

৪ ৰাজ্যৰ ৬ ৰাজ্যসভাৰ আসনৰ বাবে ২০ ডিচেম্বৰত উপ-নিৰ্বাচন

নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে যে চাৰিখন ৰাজ্যৰ পৰা ছয়খন খালী ৰাজ্যসভাৰ আসন পূৰণৰ বাবে উপ-নিৰ্বাচন ২০ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সদস্য ভেংকটৰমনা ৰাও মোপিদেৱী, বিদা মস্তান ৰাও…