Month: October 2024

আৰ এন এ আই পি এলে ২.৮৩ লাখ ইঞ্জিন আৰু ১.৬৭ লাখ গিয়াৰবক্সৰ উৎপাদন উদযাপন কৰে, যিটো ৬০০ মিলিয়ন ডলাৰৰ বিনিয়োগেৰে বৃদ্ধি কৰা হৈছে

ৰেন’ল্ট নিছান এলায়েন্সৰ বাবে বিশ্বজুৰি সামগ্ৰী যোগান ধৰিবলৈ সমৰ্পিত অনন্য উৎপাদন কেন্দ্ৰ ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(আৰএনএআইপিএল)-এ চেন্নাইৰ ওৰাগাদামস্থিত সুবিধা কেন্দ্ৰত ৪.৫ মিলিয়ন(৪৫ লাখ)তকৈ অধিক পাৱাৰট্ৰেইন নিৰ্মাণ কৰি গ্ৰাহকৰ…

শ্লাইচ ভাৰতৰ আগশাৰীৰ টেক-চালিত বেংক গঠন কৰিবলৈ এন ই এছ এফ বিৰ সৈতে একত্ৰিত হয়

দেশৰ আগশাৰীৰ গ্ৰাহক পেমেণ্ট আৰু ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান শ্লাইচে সকলো প্ৰয়োজনীয় শ্বেয়াৰহোল্ডাৰ আৰু নিয়ন্ত্ৰণমূলক অনুমোদন লাভ কৰাৰ পিছত ২০২৪ চনৰ ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ সৈতে…

কৌশল দীক্ষান্ত সমাৰোহ ২০২৪ উদযাপন 8 লাখ স্নাতকে উদ্যোগ-প্ৰস্তুত দক্ষতাৰ বাবে এআই পাঠ্যক্ৰম প্ৰৱৰ্তন কৰে

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশল দীক্ষান্ত সমাৰোহ ২০২৪ত শিল্পকৰ্মী প্ৰশিক্ষণ আঁচনি (চিটিএছ) আৰু শিল্পকৰ্ম প্ৰশিক্ষক প্ৰশিক্ষণ আঁচনি(চিআইটিএছ)ৰ স্নাতকসকলক উচ্চ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বাৰ্তাত ১৫,০০০ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই…

মহিন্দ্ৰাৰ ট্ৰাক এণ্ড বাছ ডিভিজনে কলকাতাত এটা অত্যাধুনিক ডিলাৰশ্বিপ উদ্বোধন কৰে

মহিন্দ্ৰাৰ ট্ৰাক এণ্ড বাছ বিভাগে কলকাতাত ৮৬ সংখ্যক অত্যাধুনিক ডিলাৰশ্বিপ উদ্বোধন কৰি পশ্চিম বংগত শক্তিশালী কৰিছে নিজৰ পদাংক। ১৪টা চাৰ্ভিছ বে'(স্থান)ৰে সজ্জিত এই সুবিধা কেন্দ্ৰই দৈনিক ২৮খনতকৈও অধিক বাহনক সেৱা…

দেশজুৰি দীপাৱলীত ৪.২৫ লাখ কোটি টকাৰ ব্যৱসায় হোৱাৰ আশা প্ৰকাশ ব্যৱসায়ীৰ

দীপাৱলী আৰু সম্পৰ্কিত উৎসৱৰ বাবে দিল্লীকে ধৰি সমগ্ৰ দেশৰ বজাৰত ব্যৱসায় পূৰ্ণ গতিত চলি আছে। ব্যৱসায়ীসকলে অধিকসংখ্যক গ্ৰাহকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে। ৰাখী বন্ধন, নৱৰাত্ৰি আৰু কৰৱা চৌথৰ সময়ত…

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰত “আমেৰিকা ফাৰ্ষ্ট”ৰ শ্লোগান ডনাল্ড ট্ৰাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ এতিয়া প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। এই প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত, ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিউয়ৰ্কত এক ডাঙৰ ৰেলী অনুষ্ঠিত কৰে। ৰেলীটোৰ…

জটিল স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে টাটা এআইজিয়ে আৰম্ভ কৰিছে পাঁচজন নতুন স্বাস্থ্য ৰাইডাৰ

মহিলাসকলৰ স্বাস্থ্য, মানসিক সুস্থতা আৰু কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ৫বিধ নতুন ৰাইডাৰ(আৰোহী) ব্যৱস্থা মুকলি কৰিছে। নতুন অফাৰসমূহ—মানসিক সুস্থতা, এম্পাৱাৰ…

বিশ্ব দক্ষতা প্ৰতিযোগিতা ২০২৪ৰ বিজয়ীসকলক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ

ফ্ৰান্সৰ লিয়নত শেহতীয়াকৈ সমাপ্ত হোৱা ৱৰ্ল্ডস্কিল ২০২৪ প্ৰতিযোগিতাৰ বিজয়ী সকলক কেন্দ্ৰীয় দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। এই…

মুদ্ৰাস্ফীতিৰ প্ৰত্যাহ্বানৰ মাজতো জিচিপিএলৰ পৰিমাণ ৭% বৃদ্ধি

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিপিচিএল)-এ ২০২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ শক্তিশালী প্ৰদৰ্শনৰ তথ্য প্ৰকাশ কৰিছে, বছৰৰ পিছত বছৰ ধৰি স্বতন্ত্ৰ বিক্ৰী আৰু পৰিমাণ দুয়োটা ক্ষেত্ৰতে ৭% বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে।…

ভাৰতীয় পৰ্যটকৰ বাবে দেশৰ আন চহৰৰ তুলনাত সৰ্বাধিক পছন্দৰ ভ্ৰমণ স্থান শ্বিলং

ভাৰতীয় পৰ্যটকসকলে ২০২৫ চনত ভ্ৰমণ কৰিবলৈ মেঘালয়ৰ ৰাজধানী শ্বিলংক তেওঁলোকৰ আটাইতকৈ পছন্দৰ গন্তব্য স্থান হিচাপে বাছনি কৰিছে। এইটো গোলকীয় ভ্ৰমণ এপ ‘স্কাইস্কেনাৰ’ৰ বাৰ্ষিক ‘ট্ৰেভেল ট্ৰেণ্ডছ ৰিপ’ৰ্ট’ত প্ৰকাশ পাইছে। শেহতীয়াকৈ প্ৰকাশিত…