Latest দেশত বছৰি ৫ কোটি উপাৰ্জন কৰা লোকৰ সংখ্যা ৪৯ শতাংশ বৃদ্ধি September 18, 2024 news editor দেশত ধনী লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । প্ৰতি বছৰে ১০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা যোৱা পাঁচ বছৰত ৬৩% বৃদ্ধি হৈ প্ৰায় ৩১,৮০০ জন হৈছে। এই সময়ছোৱাত,…
Business গড্ৰেজ প্ৰফেচনেলে ভাৰতৰ প্ৰথম চুলিৰ ৰঙৰ পৰিসৰ উন্মোচন কৰে September 18, 2024 Business Bureau গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনত চুলিৰ যতন, ৰং, ষ্টাইল আৰু কেৰাটিনযুক্ত সামগ্ৰীৰে পেছাদাৰী চুলিৰ যতন লোৱা ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেলে বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় নান্দনিক ৰূপসমূহৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ প্ৰথমটো চুলিৰ…
Business ডবকাত ৰাষ্ট্ৰীয় ঘাইপথত দুর্ঘটনা September 18, 2024 Dipshikha ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। ডিভাইডাৰত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত মটৰচাইকেল আৰোহীজন। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। ডবকা-ডিফু বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।…
Business আজি আছুৰ গুৰুত্বপূৰ্ণ সভা September 18, 2024 Dipshikha বহু বিতৰ্কৰ অন্তত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল শংকৰজ্যোতি বৰুৱাই। ইয়াৰ পাছতেই খালী হৈ আছে আছুৰ সাধাৰণ সম্পাদকৰ পদ। আজি এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু কাৰ্যালয়ত এখন কাৰ্যনিৰ্বাহক…
Latest নাগালেণ্ডৰ সেনা অভিযানক লৈ ৩০ জন সেনা জোৱানৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া বন্ধ কৰিলে উচ্চতম ন্যায়ালয়ে September 18, 2024 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে মঙলবাৰে নাগালেণ্ডৰ মন জিলাত উগ্ৰপন্থীক আক্ৰমণ কৰাৰ বিফল অভিযানত ১৩ জন নাগৰিকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ৩০ জন সেনা জোৱানৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া বন্ধ কৰি কৰে।ন্যায়াধীশ বিক্ৰম নাথ…
Latest অহা ২৫ বছৰত এণ্টিবায়টিক-প্ৰতিৰোধী সংক্ৰমণৰ ফলত ৩.৯ লাখ লোকৰ মৃত্যুৰ আশংকা September 18, 2024 Sonakshi Sarkar ১৯৯০ আৰু ২০২১ চনৰ ভিতৰত, এণ্টিবায়টিক প্ৰতিৰোধৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে ১০ লাখৰো অধিক লোকৰ মৃত্যু হয়, আৰু পৰৱৰ্তী ২৫ বছৰত এণ্টিবায়টিক-প্ৰতিৰোধী সংক্ৰমণৰ ফলত ৩.৯ লাখৰো অধিক লোকৰ মৃত্যু হ’ব…
Business ভাৰতৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছে ৱৰ্ল্ডস্কিলছ ২০২৪ত প্ৰতিযোগিতাত, মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে অংশ লৈ উৎসাহ যোগাইছে প্ৰতিযোগীক September 18, 2024 Business Bureau দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ফ্ৰান্সৰ লিয়’নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বিশাল-বৰ্ণিল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে, য’ত ভাৰতৰ ৬০গৰাকী যুৱ প্ৰতিযোগীয়ে ৫২টা দক্ষতা শিতানত দেশক প্ৰতিনিধিত্ব…
Business প্ৰীতিশা বৰ্মনে ৱৰ্ল্ডস্কিলচ ২০২৪ত সৌন্দৰ্য চিকিৎসা শ্ৰেণীত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে September 18, 2024 Business Bureau ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ত বিউটি থেৰাপী শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ মান উজলাইছে প্ৰীতিশা বৰ্মনে। ইণ্ডিয়াস্কিলছ ২০২২ৰ ফাইনেলিষ্ট প্ৰীতিশা বৰ্মনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ ৱাইল্ডকাৰ্ড এণ্ট্ৰিৰ সুবিধা…
Business এছবিআই জেনেৰেল আৰু মাৰুতি চুজুকি বীমা ব্ৰোকিংয়ে মেঘালয়ত বীমা সজাগতা বৃদ্ধি কৰে September 16, 2024 Business Bureau এছবিআই জেনেৰেল ইঞ্চুৰেন্সে মাৰুতি চুজুকি বীমা ব্ৰকিঙৰ সহযোগত মেঘালয়ৰ ৰি-ভই জিলাৰ নংপোত এক বীমা সজাগতা শিবিৰৰ আয়োজন কৰা হয়। জৰুৰীকালীন অৱস্থাত বিত্তীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বীমাৰ গুৰুত্বৰ বিষয়ে স্থানীয়…
Business বিএলএছ ই-চাৰ্ভিচেছে অসমত গুৰুত্বপূৰ্ণ স্বাস্থ্য বীমা সামগ্ৰী আগবঢ়োৱাৰ বাবে এভিআইচিএলৰ সৈতে অংশীদাৰীত্ব কৰিছে September 16, 2024 Business Bureau বিএলএছ ই-চাৰ্ভিচেছে আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স(এভিআইচিএল)ৰ সৈতে সহযোগিতা কৰি সমগ্ৰ ৰাজ্যখনতে অত্যাৱশ্যকীয় স্বাস্থ্য বীমাৰ সেৱা-সামগ্ৰী যোগান ধৰিছে। এই কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে গ্ৰুপ হাস্পতাল নগদ ধন আৰু গ্ৰুপ ব্যক্তিগত দুৰ্ঘটনা পলিচী…