Month: September 2024

ভাৰতে ‘অপাৰেচন সদ্ভাৱনা’ আৰম্ভ কৰিছে

ঘূৰ্ণিবতাহ য়াগিৰ দ্বাৰা বিধ্বস্ত দেশসমূহক সহায় কৰাৰ বাবে ভাৰতে আৰম্ভ কৰিছে মানৱদৰদী পদক্ষেপ-‘অপাৰেচন সদ্ভাৱনা’। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ম্যানমাৰ, ভিয়েটনাম আৰু লাওছক সকাহ প্ৰদানৰ বাবে ভাৰতে হাতত…

তিৰুপতি মন্দিৰৰ লাড়ুত গোমাংসৰ উপস্থিতি নিশ্চিত কৰিলে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে

লাখ লাখ ভক্তৰ আস্থাৰ কেন্দ্ৰ তিৰুপতি তিৰুমালা মন্দিৰক লৈ এক বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। প্ৰখ্যাত মন্দিৰটোত ভক্তৰ মাজত বিতৰণ কৰা লাড়ুত ভেজালৰ তথ্য পোহৰলৈ আহিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে লাড়ুত…

প্ৰথমবাৰলৈ ছবিগৃহত মুক্তি পাব “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা”

১৯৯৯ চনৰ জাপানী-ভাৰতীয় এনিমেছন চলচ্চিত্ৰ “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা” ভাৰতত প্ৰথমবাৰৰ বাবে ছবিগৃহত মুক্তি পাব।এই শতিকাৰ আৰম্ভণিতে টিভি চেনেলসমূহত পুনৰ প্ৰদৰ্শিত হোৱাৰ সময়ত ই ভাৰতীয় দৰ্শকৰ মাজত জনপ্ৰিয়…

লিয়’নত ৱৰ্ল্ডস্কিলচ ২০২৪ ত ভাৰতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে

ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগীত ভাৰতে বিভিন্ন দক্ষতা শিতানত প্ৰতিদ্বন্দ্বিতা কৰি ৪টা ব্ৰঞ্জৰ পদক আৰু ১২টা মেডেলিয়ন অৱ এক্সেলেন্স লাভ কৰি নতুন ইতিহাস ৰচিলে। পেটিচেৰী আৰু কনফেকচনেৰী, ইণ্ডাষ্ট্ৰী ৪.০,…

‘এক দেশ, এক নিৰ্বাচন’ৰ প্ৰস্তাৱক বিৰোধীতা ১৫ ৰাজনৈতিক দলৰ

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে অনুমোদন জনোৱা সমিতিৰ প্ৰতিবেদন অনুসৰি, ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিয়ে ৬২ টা ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিছিল, যাৰ ভিতৰত ৪৭টাই সঁহাৰি জনাইছিল। ইয়াৰ ভিতৰত,…

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । এইবাৰ ৰঙিয়াৰ জয়ন্তীপুৰত ৰাইজৰ উত্তাল প্ৰতিবাদ । হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাইজৰ । চৰকাৰৰ হঠকাৰী…

নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা

ৰূপহীহাটৰ ছাইদৰীয়াত নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা। সৰু লৰা ছোৱালীয়ে খাদ্যৰ পেকেটৰ ভিতৰত পোৱা টকাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনা সংঘটিত হয়। আবু বক্কৰ ছিদ্দিক আৰু…

ৰিকি পন্টিংক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি পঞ্জাৱ কিংছৰ

পঞ্জাৱ কিংছে আই পি এল ২০২৫ ৰ ঠিক পূৰ্বে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। দলটোৱে ৰিকি পন্টিংক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। পন্টিং আগতে দিল্লী কেপিটেলছৰ সৈতে আছিল। তেওঁ শেহতীয়াকৈ পদৰ…

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত ৰাজ্যসমূহলৈ ১২,৫৫৪ কোটি টকা মঞ্জুৰ

কেন্দ্ৰই বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে চলিত বছৰৰ এতিয়ালৈকে বিভিন্ন ৰাজ্যক ১২,৫৫৪ কোটি টকা মঞ্জুৰ কৰিছে। অগ্নি নিৰ্বাপক সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ আঁচনিৰ অধীনত পাঁচখন ৰাজ্যক…

ৰূপালী পৰ্দত চমক দিবলৈ সাজু জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’

বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ‘চিকাৰ’। জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু অভিনয়েৰে ৰ মুকলিৰ বাবে সাজু অসমীয়া চলচ্চিত্ৰ চিকাৰ । লণ্ডনৰ প্ৰয়োজক ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্য , দেবাঙ্কৰ বৰগোহাঁইৰ…