Business এমএছডিই-এ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা হৈছে স্পেচিয়েল কেম্পেইন ৪.০ৰ September 23, 2024 Business Bureau প্ৰশাসনিক ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু আমোলাতান্ত্ৰিক আঁসোৱাহসমূহ নোহোৱা কৰি দ্ৰুতগতিত কাৰ্য সমাপন আৰু দ্ৰুতগতিত সেৱা প্ৰদানৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ উদ্যোগত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা…
Sports আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত জয়ৰে সন্মান ৰক্ষা কৰিলে দক্ষিণ আফ্ৰিকাই September 23, 2024 Sonakshi Sarkar দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলে আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত জয়লাভ কৰি তেওঁলোকৰ সন্মান ৰক্ষা কৰে। যদি দক্ষিণ আফ্ৰিকা তৃতীয় এদিনীয়াত পৰাজিত হ’লহেঁতেন, তেন্তে তেওঁলোকে আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৩-০ ত ক্লিন…
Latest প্ৰচণ্ড গৰমৰ ফলত ৰাজ্যত এমাহত ৪০০ মেগাৱাটলৈ অতিৰিক্ত বিদ্যুতৰ চাহিদা বৃদ্ধি September 23, 2024 Sonakshi Sarkar ৰাজ্যত বিদ্যুতৰ চাহিদা আগষ্টৰ পৰা ছেপ্টেম্বৰলৈ মাত্ৰ এমাহত ৪০০ মেগাৱাট বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমৰ বাবে বিদ্যুতৰ চাহিদা ৰাজ্যত বৃদ্ধি পাইছে। ২২ আগষ্ট তাৰিখে, বিদ্যুতৰ চাহিদা আছিল ২৪০০ মেগাৱাট। অৱশ্যে, ২০…
Business নগাঁৱৰ বেঙেনাআটিত বিধ্বংসী অগ্নিকাণ্ড September 23, 2024 Dipshikha নগাঁৱৰ বেঙেনাআটিত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটৰ ফলত ছামচুল আলম নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে AS01EZ3138 নম্বৰৰ এখন হুণ্ডাই এক্সেন্ট বাহন অগ্নিদগ্ধ হয়। এই অগ্নিকাণ্ডটোত ঘৰটোৰ সকলো সা- সামগ্ৰী…
Business ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে ৰাঁচীত কেইবাটাও দক্ষতা বিকাশৰ পদক্ষেপ আৰম্ভ কৰিছে September 21, 2024 Business Bureau দেশৰ সামূহিক বিকাশ আৰু উদ্যোগীসকলক উৎসাহিত কৰাৰ এক পদক্ষেপ হিচাপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ ৰাঁচীত দক্ষতা বিকাশ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে। দক্ষতা বিকাশ আৰু…
News মণিপুৰত ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্ৰপন্থীৰ অনুপ্ৰৱেশ September 21, 2024 news editor মণিপুৰত ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে। ৰাজ্যিক নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে শুকুৰবাৰে এক সংবাদমেলত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে যোৱা তিনি-চাৰি দিন ধৰি উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ খবৰ…
Business মহিন্দ্ৰাই ট্ৰাক চালকৰ কন্যা সন্তানৰ বাবে বৃত্তি আঁচনি ঘোষণা কৰিছে September 21, 2024 Business Bureau মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ ডিভিজন(এমটিবিডি)-এ ২০২৫ বিত্তীয় বৰ্ষত ট্ৰাক চালকসকলৰ ১০০০গৰাকী মেধাৱী কন্যাক ১০,০০০ টকাকৈ বৃত্তি প্ৰদান কৰি বাৰ্ষিক সাৰথি অভিযানৰ ইতিবাচক পদক্ষেপসমূহ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। ২০১৪ চনত…
Business প্ৰাকৃতিকভাৱে পিচিঅ’এছ পৰিচালনা কৰা: গুৱাহাটীত সুস্থতা আৰু বজাৰৰ পৰিৱৰ্তনৰ পৰামৰ্শ September 21, 2024 Business Bureau পিচিঅ’এছ সজাগতা মাহ আৰম্ভ হোৱাৰ লগে লগে দেশৰ আগশাৰীৰ পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে প্ৰাকৃতিকভাৱে পলিচিষ্টিক অভেৰি(ডিম্বাশয়) চিণ্ড্ৰম বা চমুকৈ পিচিঅ’এছৰ সমস্যাৰ পৰা আঁতৰি থকা নিয়ন্ত্ৰণত ৰখাৰ বাবে কাৰ্যকৰী…
Business উৎকট গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী সলনি September 21, 2024 Dipshikha আহিন মাহত অস্বাভাৱিক গৰমে দহিছে ৰাজ্যবাসীক, আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান ।আজিৰ পুৱাৰ ৭.৩০ বজাৰ পৰা দুয়োখন জিলাৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে । ৰাজ্যৰ অস্বাভাৱিক গৰমৰ…
Business জুৰীয়া আৰক্ষীৰ সফল অভিযান September 21, 2024 Dipshikha নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান। চাৰিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হিৰ’ইন সহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এক গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ উদমাৰি বালুগুটিয়াত চলিছিল আৰক্ষীৰ এই অভিযান…