Month: September 2024

জামুগুৰিহাটত গো মাংসসহ এজনক আটক

জামুগুৰিহাটৰ আগ্ৰিপামত মঙলবাৰে আব্দুল ৰছিদ নামৰ এজন গো মাংস সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷ উক্ত ব্যক্তিজনে AS-12-AJ -3061 নম্বৰৰ বাইকৰ জৰিয়তে গো মাংস মোনাত ভৰাই জামুগুৰিহাটৰ উত্তৰ অঞ্চলত দীৰ্ঘদিনৰ ধৰি এই…

আন এক নৃশংস হ*ত্যা*কাণ্ড

ডিব্ৰুগড় জিলাৰ চাবুৱাত জেৰাই গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক । শোৱাপাটীতেই চাৰিজনীয়া দুৰ্বৃত্তৰ দলে…

ডিজিপি-নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবীৰে ইম্ফলত প্ৰতিবাদী যাত্ৰা স্থানীয় মহিলাৰ

মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত ড্ৰোন আক্ৰমণৰ প্ৰতিবাদত স্থানীয় মহিলাসকলে সোমবাৰে নিশা ইম্ফলত অগ্নিশিখা লৈ প্ৰতিবাদীযাত্ৰা উলিয়ায়। তেওঁলোকে ডিজিপি আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবী উত্থাপন কৰিছে। ইম্ফলৰ থাংমেইবান্দত অগ্নিশিখা আৰু পোষ্টাৰ লৈ…

ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৬০ জনীয়া দলটো ফ্ৰান্সৰ লিয়নত উপস্থিত হৈছেগৈ

প্ৰথিতযশা ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৬০ জনীয়া দলটো ফ্ৰান্সৰ লিয়নত উপস্থিত হৈছেগৈ। এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ ইতিহাসত সৰ্বাধিক প্ৰতিযোগীয়ে এইবাৰ অংশগ্ৰহণ কৰিছে, এইসকল প্ৰতিযোগীয়ে ৭০খনতকৈও অধিক দেশৰ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে…

এমএচডিইয়ে ‘চুইগি স্কিলছ’ উদ্যোগ আৰম্ভ কৰিবলৈ চুইগিৰ সৈতে এক কৌশলগত অংশীদাৰীত্বত প্ৰৱেশ কৰিছে

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ খাদ্য বিতৰণ আৰু দ্ৰুত বাণিজ্য খণ্ডত শ্ৰমিকসকলৰ দক্ষতা আৰু নিয়োগযোগ্যতা উন্নত কৰাৰ লক্ষ্যৰে ‘চুইগী স্কিলছ’ পদক্ষেপৰ শুভাৰম্ভণি কৰিবলৈ চুইগীৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে।…

এনএছই ষাঁড়গৰুৰ মূৰ্তি উদ্বোধন কৰাৰ লগতে “১.৪ বিলিয়ন স্বপ্নক সবলীকৰণৰ যাত্ৰা” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি এনএছইৰ মুখ্য কাৰ্যালয়ত ঐতিহ্যমণ্ডিত এনএছই ষাঁড়গৰু(বুল)ৰ মূৰ্তি উদ্বোধন কৰাৰ লগতে “১.৪ বিলিয়ন স্বপ্নক সবলীকৰণৰ যাত্ৰা” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। শক্তি আৰু স্থিতিস্থাপকতাৰ প্ৰতীক এই…

ছিৰিজ ই ফাণ্ডিঙৰ বাবে ২০০ মিলিয়ন ডলাৰ সংগ্ৰহ ৰেপিডোৰ

দেশৰ আগশাৰীৰ ৰাইড-শ্বেয়াৰিং প্লেটফৰ্ম ৰেপিডোৱে শেহতীয়া ছিৰিজ ই ফাণ্ডিং ৰাউণ্ডত ২০০ মিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে, যা লৰ মূল্য ১.১ বিলিয়ন ডলাৰৰ অধিক হৈছেগৈ। ৱেষ্টব্ৰিজ কেপিটেলে সহযোগিতা আগবঢ়োৱা এই ৰাউণ্ডত বৰ্তমানৰ…

মিজোৰামৰ নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

চুবুৰীয়া ৰাজ্য মিজোৰামত দেওবাৰে বুজণ সংখ্যক গুলী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন খবৰৰ ভিত্তিত মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰৰ আইজলস্থিত বিএছ এফ আৰু মিজো আৰক্ষীয়ে যুটীয়া অভিযান চলাই আইজলৰ পৰা জব্দ…

ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ ৰোগী

ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ সন্দেহজনক ৰোগী। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰি এক বিবৃতি অনুসৰি এজন যুৱকৰ দেহত এম প’ক্স…

পেৰিছ পেৰালিম্পিকত অভিলেখ ২৯ টা পদকৰ ভাৰতৰ

ভাৰতৰ পেৰা-এথলীটসকলে পেৰিছ পেৰালিম্পিক গেমছত অভিলেখ ২৯ টা পদক জয় কৰি তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। পূজা ওজাই দেওবাৰে ইয়াত মহিলাৰ কায়াক একক ২০০ মিটাৰ কেএল১ স্প্ৰিণ্ট কেনোয়িং ইভেণ্টৰ ফাইনেলত…