Month: August 2024

এছবিআই সাধাৰণ বীমাই নাগালেণ্ড দুৰ্যোগ বিপদাশংকা স্থানান্তৰ পেৰামেট্ৰিক বীমা সমাধান ৰূপায়ণৰ বাবে এনএছডিএমএ-ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে

দুৰ্যোগৰ সময়ত বহনক্ষমতা বৃদ্ধিৰ বাবে কৌশলগত পদক্ষেপ হিচাপে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(এনএছডিএমএ)ই এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ সৈতে নাগালেণ্ড ডিজেজষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স চল্যুচন(ডি আৰ টি পি আই এছ) কাৰ্যকৰী…

ডাঃ ৰস্না দাস হাজৰিকাই শিশুসকলৰ বাবে বাৰ্ষিক ফ্লু টিকাকৰণৰ পৰামৰ্শ দিয়ে কিয়নো অনিয়মীয়া বাৰিষাই স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি কৰে

মৌচুমীৰ আগমনত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা বাৰিষাৰ এই সময়ছোৱাতঅস্বাভাৱিক বতৰৰ বাবে শিশুৰ মাজত ফ্লুৰ আশংকা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে আৰআইজিপিএ চিলড্ৰেন’ছ ক্লিনিকৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা শিশু ৰোগ বিশেষজ্ঞ…

‘কা’ৰ অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অলপতে নতুনকৈ কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে, যি গুজৰাটত নাগৰিকত্ব প্ৰদানৰ প্ৰথম উদাহৰণ হিচাপে এক…

ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা হ্ৰাস পাব সুৰাৰ মূল্য

১ ছেপ্টেম্বৰৰ পৰা অসমত সুৰাৰ মূল্য হ্ৰাস পাব। ১৭ আগষ্টত জাৰি কৰা এক জাননীত অসম আবকাৰী বিভাগে কয় যে ভাৰতত নিৰ্মিত বিদেশী সুৰা, বিয়েৰ, ৱাইন, ব্ৰেণ্ডি, ৰামকে ধৰি বিভিন্ন প্ৰকাৰৰ…

মহিন্দ্ৰাই ‘দ্য’ এছইউভি মুকলি কৰিছে: থাৰ ৰক্স

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে থাৰ ৰক্স, যিখন বাহনক ‘দ্য’ এছইউভি বুলি আখ্যা দিয়া হয়, এই বাহনখনে ভাৰতীয় স্বয়ংচালিত উদ্যোগত নতুন মানদণ্ড স্থাপন কৰিছে। ১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত…

আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা

আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছেগুৱাহাটীৰ আয়ান ৰছিদ আৰু ময়ুৰী বৰ্মনে ৷…

ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যই ল’ৰাৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত ব্ৰঞ্জ জয় কৰি আয়োজক ৰাজ্যখনক একমাত্ৰ সফলতা দিবলৈ সক্ষম হৈছে৷ সামৰণি…

গুডনাইট জৰীপৰ দ্বাৰা উদ্ঘাটিত ভাৰতীয়সকলৰ মাজত বছৰজুৰি মহ-বাহিত ৰোগৰ উদ্বেগ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অগ্ৰণী ব্ৰেণ্ড গুডনাইটে কৰা শেহতীয়া সমীক্ষাত ভাৰতীয়সকলৰ মাজত মেলেৰিয়া আৰু ডেংগুৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বছৰজোৰা প্ৰত্যাহ্বান-ভাবুকিৰ প্ৰতি ব্যাপক উদ্বেগ প্ৰকাশ পাইছে। “এটা মহ, অগণন…

বাংলাদেশৰ হিংসাত ৪৪ জন আৰক্ষী নিহত

সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সময়ত বাংলাদেশত হিংসাত্মক ঘটনাত কমেও ৪৪ জন আৰক্ষী নিহত হয়। আৰক্ষীয়ে দেওবাৰে এই তথ্য প্ৰকাশ কৰে। চৰকাৰী চাকৰিত বিতৰ্কিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ…

এমজি উইণ্ডছৰ টিজাৰে খণ্ড-আগশাৰীৰ পানী ৰখাৰ ক্ষমতাৰ ওপৰত আলোকপাত কৰে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন ক্ৰছঅভাৰ ইউটিলিটী ভেহিকেল(চি ইউ ভি) এম জি উইণ্ডছৰৰ এক আকৰ্ষণীয় টিজাৰ মুকলি কৰিছে, য’ত বাহনখনৰ আকৰ্ষণীয় পানীত ডুব যোৱাৰ পৰা ৰক্ষা কৰিব পৰা সামৰ্থ্যক…