Month: August 2024

চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ৰ বাবে নিৰ্বাচিত হৈছে কামৰূপ(গ্ৰাম্য) জিলাৰ ‘হেমন্ত’ দল

চেমচাং ইণ্ডিয়াই নিজৰ চিএছআৰ কাৰ্যসূচীৰ অধীনত আয়োজন কৰা ‘ছলভ ফৰ টুমৰু’ ২০২৪ প্ৰতিযোগিতাৰ শীৰ্ষ ২০টা ছেমি ফাইনেলিষ্টৰ নাম ঘোষণা কৰিছে, য’ত অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ দল ‘হেমন্ত’ই স্থান লাভ কৰিছে।…

ই-মেগাজিন সাৰদা উন্মোচন

বৰপেটা জিলা শৈক্ষিক কোৰ গ্ৰুপৰ এক সভাত সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ দ্বাৰা প্ৰকাশিত ই-মেগাজিন “সাৰদা” উন্মোচন কৰা হয়। www.sharadaemagazine.online ত এই আলোচনীখন উপলদ্ধ কৰা হৈছে। শিক্ষক তথা বৰপেটা শিক্ষা…

আইটিচি ছানফিষ্টে  শিশুৰ পুষ্টি উন্নত কৰিবলৈ ‘ছুপাৰ এগ এণ্ড মিল্ক’ বিস্কুট প্ৰৱৰ্তন কৰে

গ্ৰাহকসকলৰ বাবে নতুন আৰু অভিনৱ অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে সদা পৰিচিত প্ৰতিষ্ঠান আইটিচি ছানফিষ্টে আজি কুকুৰা আৰু গৰুৰ সৈতে সম্পৰ্কিত বিশেষ সন্মিলনৰ আয়োজন কৰে। এই অনুষ্ঠানত সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিসকলৰ…

পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰা পেৰিছ অলিম্পিকত জেভলিন থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি একেৰাহে অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে। কিন্তু পাকিস্তানৰ আৰ্শাদ…

বিশ্ব অভিলেখৰে পেৰিছ অলিম্পিকৰ জেভেলিন থ্ৰোত আৰ্শাদ নাদিমৰ সোণ

পেৰিছ অলিম্পিকত জেভেলিন থ্ৰোত পাকিস্তানৰ আৰ্শাদ নাদিমে সোণৰ পদক জিকিছে। পাকিস্তানৰ আৰ্শাদ নাদিমে নতুন অভিলেখৰ সৈতে অলিম্পিকত সোণৰ পদক জিকিছে। নাদিমে তেওঁৰ দ্বিতীয়টো থ্ৰো ৯২.৯৭ মিটাৰলৈ কৰে, যিটো এক বিশ্ব…

ধিঙত বাংলাদেশী গ্ৰেপ্তাৰ

বাংলাদেশৰ অস্থিৰতাৰ মাজতে ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন। বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ বাংলাদেশৰ ছিলেট জিলাৰ বাসিন্দা…

ভাৰতলৈ আহিল আন এক বেয়া খবৰ

আন এক দুঃখবৰ! ভাৰতীয় মল্লযোদ্ধা অন্তিম পাংঘালক পেৰিছ এৰাৰ নিৰ্দেশ । অলিম্পিক গেম ভিলেজত ভগ্নীক প্ৰৱেশৰ বাবে স্বীকৃতি কাৰ্ডৰ ভুল ব্যৱহাৰৰ অভিযোগ। অন্তিম পাংঘালসহ দলটোক পেৰিছ এৰাৰ নিৰ্দেশ । অন্তিমৰ…

অশোক লেলেণ্ডে তিনিচুকীয়াত এলচিভিৰ বাবে ইয়াৰ ডিলাৰশ্বিপ উদ্বোধন কৰে

দেশৰ বাণিজ্যিক বাহন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান তথা হিন্দুজা গোটৰ ধ্বজাবাহী প্ৰতিষ্ঠান অশোক লেলেণ্ডে তিনিচুকীয়াত লঘু বাণিজ্যিক বাহন(এলচিভি)ৰ বাবে এটা নতুন ডিলাৰশ্বিপ মুকলি কৰিছে। এয়া হৈছে প্ৰতিষ্ঠানটোৰ অসমত চতুৰ্থটো এলচিভি ডিলাৰশ্বিপ,…

নিছান মটৰ ইণ্ডিয়াই সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে বিনামূলীয়া মৌচুমী পৰীক্ষা শিবিৰ ঘোষণা কৰিছে

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে সমগ্ৰ ভাৰতৰ সকলো অনুমোদিত নিছান ৱৰ্কশ্বপসমূহত ২০২৪ৰ ১৫ জুলাইৰ পৰা ৩১ আগষ্টলৈ বিনামূলীয়া মনছুন চেক-আপ কেম্প আয়োজনৰ কথা প্ৰকাশ কৰিছে। ৩০-পইণ্টৰ সম্পূৰ্ণ পৰীক্ষাৰ ব্যৱস্থা কৰি…

এফ এল এন দিৱস

সমগ্ৰ শিক্ষা বৰপেটাৰ সহযোগত তথা বৰপেটা শিক্ষাখণ্ডৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্য্যসূচীত ৯১৮ নং মেটুৱাকুছি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ শিশু গীত, কবিতা আবৃত্তি, সংখ্যাৰ গীত ইত্যাদি কাৰ্যসূচী আগবঢ়ায়।…