Month: July 2024

অসমত দুবছৰত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশলৈ হ্ৰাস

বাল্য বিবাহ ৰোধৰ বাবে অসম চৰকাৰে লোৱা কঠোৰ আইনী ব্যৱস্থাৰ ফলত ৰাজ্যখনত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস পাইছে। এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে। আন্তৰ্জাতিক ন্যায় দিৱস উপলক্ষে…

পেট্ৰল পাম্পত বৰপেটা প্ৰশাসনৰ তালাচী

জিলা আয়ুক্ত আয়ুষ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জোখ মাফ পৰিদৰ্শকৰ কাৰ্যালয়ৰ যুটীয়া অভিযানত বৰপেটা জিলাৰ মন্দিয়াৰ দুটা পেট্ৰল পাম্পত অভিযান চলাই পেট্ৰল পাম্পৰ…

গ্ৰীস্মকালীন নাট কৰ্মশালা

পিনাক, বৰপেটাৰ সহযোগত বৰপেটা বিধান সভা সমষ্টি ভিত্তিক গ্ৰীস্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈছে ৷ বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালা বন্তি প্ৰজ্জ্বলন কৰি আনুষ্ঠানিক ভাবে মুকলি কৰে…

আগন্তক বিধানসভা নির্বাচনত বি জে পিৰ পতন অনিবাৰ্যঃ গগৈ

জনিয়া সত্ৰৰ সমীপৱৰ্তী কৰাৰকুৰস্থিত বেঁকী ব্ৰীজৰ খহনীয়া ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক আখিল গগৈয়ে । উল্লেখযোগ্য যে, এইবাৰ বানপানীয়ে কৰাৰকুৰৰ বেঁকী নদীৰ ওপৰত স্থাপন…

ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই…

জিচিপিএল-এ ইয়াৰ অংশীদাৰৰ সৈতে ‘ৰেনোফ্লুথ্ৰিন’  বিকাশ কৰে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে (জিচিপিএল) ভাৰতৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য সাফল্যৰ নিদৰ্শন দাঙি ধৰি দেশৰ প্ৰথমটো থলুৱাভাৱে বিকশিত আৰু পেটেণ্টযুক্ত মহ প্ৰতিৰোধী সামগ্ৰী ‘ৰেনোফ্লুথ্ৰিন’ মুকলি কৰিছে। নতুন গুডনাইট ফ্লেছ…

স্কোডা অটো ইণ্ডিয়াই ২০২৫ চনত বিশ্বব্যাপী আত্মপ্ৰকাশৰ লক্ষ্যৰে এটা ষ্টাইলিছ কম্প্যাক্ট এছইউভি ডিজাইন প্ৰকাশ কৰিছে

স্কোডা অটো ইণ্ডিয়াই ২০২৫ত বিশ্বজুৰি মুকলি কৰিবলগীয়া বহু প্ৰত্যাশিত কমপেক্ট এছইউভিখনৰ দ্বিতীয়টো টিজাৰ মুকলি কৰিলে। ভাৰতৰ সমৃদ্ধিৰ কাহিনীৰে উদ্বুদ্ধ ৪ মিটাৰ এছইউভি ছেগমেণ্টত বিশ্ববজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ নতুন অফাৰ…

ডেধিয়া মিউজিক ফাউণ্ডেচনে আগবঢ়াইছে ‘যুৱ সুৰ সৰতাজ ২০২৪’

ডেধিয়া মিউজিক ফাউণ্ডেচন(ডিএমএফ)-এ দেশজুৰি হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ যুৱ প্ৰতিভাৰ অন্বেষণ আৰু তুলি ধৰাৰ লক্ষ্যৰে এখন অভিনৱ মঞ্চ যুৱ সুৰ সৰতাজ ২০২৪ৰ আৰম্ভ কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। জাইকাছৰ চিইঅ’ আতিশ…

কানাৰা ৰবেকোৱে গতিশীল সম্পত্তি আবণ্টনৰ সৈতে সন্তুলিত সুবিধা পুঁজি মুকলি কৰিছে

ভাৰতৰ দ্বিতীয় পুৰণি সম্পদ পৰিচালনা প্ৰতিষ্ঠান কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে মুকলি কৰিছে কানাৰা ৰোবেকো বেলেঞ্চ এডভাণ্টেজ ফাণ্ড, যি হৈছে এক মুকলি গতিশীল সম্পদ আবণ্টন পুঁজি, ইয়াক বজাৰৰ লাভৰ মূলধন হিচাপে…

ৰাজ্যিক লেভেল সদৌ অসম অল ষ্টাইল মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ                                        

১৪ জুলাইত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত ২০২৪ বৰ্ষৰ ৪৫ সংখ্যক ৰাজ্যিক লেভেল সদৌ অসম অল ষ্টাইল মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপত বৰপেটাৰ ইন্টাৰনেছনেলৰ চাইনিজ চাওলীন কুংফু একাডেমীৰ কেইবাজনো খেলুৱৈৱে ৭…