Month: July 2024

পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতপৰেশ বৈশ্য ফাউণ্ডেচনে বিশিষ্ট শিক্ষাবিদ, সমালোচক ড. দয়ানন্দ পাঠকক শংকৰদেৱ অধ্যয়ন বঁটা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড. মাধুৰ্য্যমণ্ডিত বৰুৱাক অসম-ইতিহাস…

এক্সিছ মিউচুৱেল ফাণ্ড অধ্যয়নত গুৱাহাটীত মহিলা বিনিয়োগকাৰীৰ এইউএমত ২.৪ এক্স বৃদ্ধিৰ ওপৰত আলোকপাত কৰা হৈছে

এক্সিছ মিউচুৱেল ফাণ্ডৰ শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে বিগত ৫ বছৰত গুৱাহাটীত মহিলা বিনিয়োগকাৰীৰ এচেটছ আণ্ডাৰ মেনেজমেণ্ট চমুকৈ এইউএম (পৰিচালনাৰ অধীনত সম্পদ) ২.৪গুণ বৃদ্ধি পাইছে। “মহিলাৰ বিনিয়োগ আচৰণ প্ৰতিবেদন ২০২৪”ত…

ক’ভিড-১৯ৰ সময়ত ভাৰতত পূৰ্বৰ তুলনাত মাতৃসকলে জন্ম দিয়ে অধিক দুৰ্বল সন্তান

ভাৰতত নৱজাতকৰ ওপৰত কোৰোনাৰ প্ৰভাৱৰ ওপৰত এক নতুন অধ্যয়ন প্ৰকাশ পাইছে। য’ত উল্লেখ আছে যে মাতৃসকলে মহামাৰীৰ সময়ত আগতকৈ অধিক দুৰ্বল শিশুৰ জন্ম দিয়ে। দুৰ্বল শিশুসকলক কেৱল স্বাস্থ্যজনিত সমস্যাৰ সৈতে…

নেক্সন আৰু পাঞ্চ মডেলৰ সৈতে এছইউভি বজাৰত টাটা মটৰ্ছৰ দপদপনি

ভাৰতৰ অন্যতম আগশাৰীৰ অট’ম’টিভ নিৰ্মাতা টাটা মটৰ্ছে বিত্তীয় বৰ্ষ 24 উচ্চতাত সমাপ্ত কৰে, ইয়াৰ দুটা সামগ্ৰী, পাঞ্চ আৰু নেক্সন, দেশৰ সৰ্বাধিক বিক্ৰী হোৱা SUV হিচাপে উদীয়মান হয়। টাটা নেক্সনে মেৰু…

ইউৰো ২০২৪ৰ ছেমি ফাইনেলত স্পেইন

মাইকেল মেৰিনোৰ অন্তিম মুহূৰ্তত অতিৰিক্ত সময়ৰ গ’লৰ ফলত স্পেইনে এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ (ইউৰো ২০২৪) ছেমি ফাইনেলত উপনীত হয়। নিৰ্ধাৰিত সময়লৈকে…

ভেনিজুৱেলাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ছেমি ফাইনেলত কানাডা

কোপা আমেৰিকা কাপত ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় ফুটবল দল আৰু কানাডাৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল খেল অমীমাংসিত ভাৱে সমাপ্ত হয়। যাৰ ফলত বিজয়ীক পেনাল্টি শ্বুটআউটৰ দ্বাৰা…

বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত…

তুৰ্কী এয়াৰলাইনছক “মষ্ট ছাচটেইনেবল ফ্লেক কৰিয়েৰ এয়াৰলাইন”  ৰূপে বিভূষিত হৈছে

তুৰ্কীৰ ৰাষ্ট্ৰীয় পতাকা বাহক বিমান প্ৰতিষ্ঠান তুৰ্কী এয়াৰলাইনছে নিজৰ অগ্ৰণী বহনক্ষমতা পদক্ষেপৰ জৰিয়তে বিমান পৰিবহণ খণ্ডত নতুন স্বাক্ষৰ দাঙি ধৰিছে। পুনৰবাৰ তুৰ্কী এয়াৰলাইনছক ৱৰ্ল্ড ফাইনেঞ্চৰ দ্বাৰা “মষ্ট ছাচটেইনেবল ফ্লেক কৰিয়েৰ…

কৃত্ৰিম বানত গুৱাহাটীত হাহাকাৰ পৰিৱেশ

বৰ্তমান সময়ছোৱাত ৰাজ্যৰ ২৯ খন জিলা আহাৰমহীয়া বানত প্লাবিত হৈ আছে। বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। দৈনিক ন ন অঞ্চল বানত প্লাবিত হ’বলৈ ধৰিছে। উজনিৰ পৰা…

জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ

বৰপেটা জিলাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী বেচৰকাৰী সংস্থা আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত কাদং গাওঁৰ খহনীয়াগ্ৰস্ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদংৰ বেঁকী নৈৰ…