Month: July 2024

তদন্ত নোহোৱাকলৈ ক্ষোভ জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ

দিল্লীৰ বুৰাৰীত কেদাৰনাথ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত দেশৰ বহু ঠাইত প্ৰতিবাদ আৰম্ভ হৈছে। এতিয়া জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দে এই সন্দৰ্ভত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ তুলি সংবাদ মাধ্যমৰ আগত…

স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত

এন ই ফ’কাচৰ উদ্যোগত নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত বহুকেইটা বিষয়ক লৈ আলোচনা চক্র অনুষ্ঠিত হয়। আনহাতে সন্মিলনখনত গেষ্টলজি সম্পর্কে মন্তব্য ৰাখে গেষ্টচিটিৰ চবিৰ উদ্দিন…

চাৰি শতাধিক পদকেৰে শ্ৰেষ্ঠ অসম

গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ…

স্পেনিছ দলটোৱে এক নতুন ইতিহাস সৃষ্টি কৰিলে

দেওবাৰে অনুষ্ঠিত ইউৰো কাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয় পঞ্জীয়ন কৰি স্পেনিছ দলটোৱে এক নতুন ইতিহাস সৃষ্টি কৰিলে। ইউৰো কাপৰ ইতিহাসত ৪ বাৰকৈ এই ট্ৰফী জয় কৰা প্ৰথমটো দল হিচাপে…

চাণক্য আইএএছ একাডেমীয়ে হাইব্ৰিড লাৰ্ণিং পদ্ধতিৰে ইউপিএছচি ২০২৫ ৰ বাবে ‘চুপাৰ 20 বেচ’ মুকলি কৰিছে

গুৱাহাটীৰ চাণক্য আইএএছ একাডেমীয়ে ইউপিএছচি ২০২৫ৰ আকাংক্ষী প্ৰাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা বহু প্ৰত্যাশিত ‘ছুপাৰ 20 বেটছ’ মুকলি কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। এই বিশেষ বেটছটোত ১:২০ৰ নিম্ন শিক্ষক-ছাত্ৰ অনুপাতৰ বৈশিষ্ট্যপূৰ্ণ…

একেৰাহে দ্বিতীয়বাৰলৈ কোপা আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনা

লিয়নেল মেছিৰ আৰ্জেণ্টিনা ফুটবল দলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আধিপত্য বৃদ্ধি পাইছে। একেৰাহে দ্বিতীয়বাৰলৈ আৰ্জেণ্টিনাই কোপা আমেৰিকা ২০২৪ খিতাপ দখল কৰিছে। সোমবাৰে অনুষ্ঠিত ফাইনেলত আৰ্জেণ্টিনাই কলম্বিয়াক পৰাস্ত কৰি কোপা আমেৰিকা ট্ৰফী দখল…

গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী…

ছিপাঝাৰত আপত যোগদান শতাধিকৰ

দৰং জিলাৰ ছিপাঝাৰ সাহিত্য সভা ভৱনত আপৰ এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম,…

কোকা-কোলা ইণ্ডিয়াৰ ‘মেড ইন ইণ্ডিয়া’ ৰিচাইকেল পিইটি পতাকাই আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ত এক স্থিৰতাৰ মাইলৰ খুঁটি ৰক্ষা কৰে

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত ২০২৪ বৰ্ষৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰাৰ সময়ছোৱাত কোকাকোলা ইণ্ডিয়া আৰু আইচিচিয়ে একেলগে দ্বৈত জয় উদযাপন কৰিছে। এই উদযাপনৰ মূলতে হৈছে…

উইম্বলডনৰ ফাইনেলত জক’ভিচৰে মুখামুখি আলকাৰাজৰ

স্পেইনৰ কাৰ্লোছ আলকাৰাজে ৰাছিয়াৰ দানিল মেদভেদেভক পৰাস্ত কৰি উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰে, য’ত তেওঁ ন’ভাক জক’ভিচৰে মুখামুখি হ’ব। যদি আলকাৰাজ জয়ী হয়, তেন্তে এইটো তেওঁৰ একেৰাহে দ্বিতীয় উইম্বলডন আৰু চতুৰ্থ…