Business অসমত চানৰাইজ আগ্ৰাগামিনী শ্ব’ত চাৰিগৰাকী মহিলা উদ্যোগীৰ জয় March 27, 2024 Business Bureau আইটিচি লিমিটেডৰ ছানৰাইজ পিউৰ স্পাইচেছৰ উদ্যোগত আয়োজিত ‘ছানৰাইজ অগ্ৰগামিনী’ শ্ব’ৰ গ্ৰেণ্ড ফিনালেৰ সফল সমাপ্তিৰ জৰিয়তে অসমত মহিলা উদ্যোগীৰ মনোভাৱ-পৰিৱেশক উদযাপন কৰা হৈছে। অসমৰ আগশাৰীৰ চেনেল প্ৰতিদিন টাইমত প্ৰচাৰিত ৩টা মনোগ্ৰাহী…
Business পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ March 27, 2024 Dipshikha পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ডিব্ৰুগড়ত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো চলাব প্ৰচাৰ অভিযান।
Business চাপৰৰ ৰঙামাটিত নৃশংস হত্যাকাণ্ড March 27, 2024 Dipshikha চাপৰৰ ৰঙামাটিত নৃশংস হত্যাকাণ্ড। স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ। পত্নী নাছমিনা খাতুনক দাৰে ঘপিয়াই হত্যা ছাইদুল ৰহমানৰ। যুগলীকান্দাত সংঘটিত হৈছে এই ঘটনা। হত্যাকাণ্ডৰ পাছতে পলাতক হৈ থকা স্বামীক আটক আৰক্ষীৰ।
Business সৌৰভ বৎসক সহকাৰী পৰিচালন সঞ্চালক হিচাপে নিযুক্তি নিছানৰ March 27, 2024 Business Bureau নিছান মটৰ ইণ্ডিয়াই ১৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আজি সহকাৰী-পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে সৌৰভ বৎসক। তেওঁ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱৰ অধীনত প্ৰতিষ্ঠানটোক আগুৱাই নিব আৰু ভাৰতৰ বাবে কোম্পানীটোৰ ৰূপান্তৰ…
Latest সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল March 27, 2024 editor দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ। দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ…
Business আইচিআইচিআই বেঙ্কৰ আইম’বাইল পে সেৱা বিভিন্ন বেংকৰ এক কোটিৰো অধিক গ্ৰাহকে ব্যৱহাৰ কৰিছিল March 27, 2024 Business Bureau আইচিআইচিআই বেংকে ৰিটেইল মোবাইল বেংকিং এপ আইম’বাইল পেই আন বেংকৰ এক কোটিৰো অধিক গ্ৰাহকক অন-ব’ৰ্ড কৰিবলৈ সক্ষম হোৱাৰ কথা সগৌৰৱে প্ৰকাশ কৰিছে। আইচিআইচিআই বেংকে অন্য বেংকৰ গ্ৰাহকৰ বাবে এই এপটো…
Business এইচডিএফচি শীৰ্ষ ১০০ পুঁজিয়ে সফলতাৰে ২৭ বছৰ সম্পূৰ্ণ কৰিছে March 27, 2024 Business Bureau লাৰ্জ কেপ ষ্টকত বিশেষভাৱে বিনিয়োগ কৰা অপেন ইকুইটি স্কিম(মুকলি ইকুইটি আঁচনি) এইচডিএফচি টপ ১০০ ফাণ্ডে ২০২৩ চনত ২৭ বছৰীয়া কাৰ্যক্ৰমণিকা সফলতাৰে সম্পূৰ্ণ কৰিছে। এইচডিএফচি টপ ১০০ ফাণ্ডে বিগত ২৭ বছৰত…
Political ৪ বছৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,০০০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ March 26, 2024 news editor উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এছ.বি.আই.-য়ে এই সকলোবোৰ তথ্য প্ৰদান কৰিছে কোনে অনুদান…
Business পাকিস্তানৰ সামৰিক বিমানবন্দৰত বিদ্রোহীৰ আক্ৰমণ March 26, 2024 Dipshikha পাকিস্তানৰ সামৰিক বিমানবন্দৰত বিদ্ৰোহীৰ আক্ৰমণ৷ তুৰ্বকস্থিত নৌসেনাৰ বিমানবন্দৰ ‘PNS ছিদ্দিকী’ত আক্ৰমণ৷ পাক নিৰাপত্তাৰক্ষীৰ গুলীত BLAৰ ৪গৰাকী সদস্য নিহত হোৱা বুলি দাবী৷
Business দুলীয়াজানত ভয়ংকৰ দুৰ্ঘটনা March 26, 2024 Dipshikha দুলীয়াজানৰ ভাদৈৰ পাঁচআলিত নিশা শোকাৱহ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত লোকজন ভাদৈ পাঁচআলিৰ ৩নং চপাতলীৰ চন্দন শৰ্মা, গুৰুতৰভাৱে আহত মনদীপ লাহন, অজয় হেমৰম৷