সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা। মহানগৰীৰ কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত  যুৱতী। থিতাতে  নিহত বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ  লুনা ভৰদ্বাজ(২২)। দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা(২৪) নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।সংকটজনক অৱস্থাত  GMCH ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে যুৱক জনক।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *