ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু। ৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা। ২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত আক্ৰান্ত ৰোগীৰ সংখ্যা। সমান্তৰালকৈ মেলেৰিয়া, ডেংগুত আক্ৰান্তৰ ৰোগীৰ সংখ্যাও বৃদ্ধি GMCHত । মেলেৰিয়াত আক্ৰান্ত ১১০ গৰাকী, ডেংগুত আক্ৰান্ত ১৯ গৰাকী ৰোগী। মেলেৰিয়াত বৰ্তমানলৈ ২৬ গৰাকীৰ মৃত্যু, ডেংগুত মৃত্যু দুগৰাকীৰ। Share this:FacebookX Related Post navigation নেচনেল ষ্টক এক্সচেঞ্জৰ চিইঅ’-য়ে চাকৰি সৃষ্টি আৰু উদ্যোগী সমৰ্থনৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৪ ৰ প্ৰশংসা কৰে নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা