উৎসৱৰ আনন্দত মতলীয়া ৰাজ্যবাসী। কিন্তু উৎসৱৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্নপ্ৰান্তত পুৱা মুষলধাৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান আগজাননী অনুসৰি ৰাজ্যত ম্লান পৰিব পাৰে পূজাৰ আনন্দ।আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা,নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।News18 Assamনগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। Share this:FacebookX Related Post navigation লখিমপুৰত আৰক্ষীৰ বৃহৎ অভিযান বিশ্বব্যাপী স্বাস্থ্যৰ চাপৰ মাজত গুৱাহাটীত মেনিনজাইটিছ সজাগতা অভিযান বৃদ্ধি পাইছে