২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা। বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব মেচ। ICC-এ ঘোষণা কৰিলে এই সময়সূচী। মহিলা T20 বিশ্বকাপত মুঠ ১০ টা দলৰ অংশগ্ৰহণ। ২০ অক্টোবৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ । Share this:FacebookX Related Post navigation হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী কোকা-কোলাই ২০২৪ৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফলৰ প্ৰতিবেদন দিছে