২ জুনৰ পৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৪। ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে মেগা মেচ। টি-২০ বিশ্বকাপ উপলক্ষে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল। ১৫জনীয়া দল ঘোষণা কৰি একাধিক চমক দিছে বিচিচিআয়ে। কে আল ৰাহুল, শুভমন গীল, ৰিংকু সিং, শ্ৰেয়স আয়াৰৰ দৰে তাৰকাই স্থান নাপালে টি-২০ বিশ্বকাপৰ দলত। Share this:FacebookX Related Post navigation মুকলি হ’ল আৰ্য ইৰেক্টৰছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ নতুন প্রকল্প ‘আর্য আর্কেড’ আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন