শিশুৰ মৃত্যুক লৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি। শিশুটিৰ আত্মীয়ই ভাঙিলে JMCH চৌহদৰ কোঠাৰ গ্লাছ। নাৰ্ছৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ। জ্বৰ হোৱাৰ বাবে চাৰিদিন পূৰ্বে JMCHত ভৰ্তি কৰোৱা হৈছিল শিশুটিক। পুৱা নাৰ্ছে এটা বেজী দিয়াৰ পাছতেই মৃত্যু হয় শিশুটিৰ। Share this:FacebookX Related Post navigation ধেমাজিত দুৰ্নীতি নিবাৰকৰ জালত শিক্ষা বিভাগৰ কৰ্মচাৰী মোবাইল এআইক ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে চেমচাঙৰ গেলেক্সি জেড ফল্ড৬ আৰু জেড ফ্লিপ৬