লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে। অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে। নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই আব্দুল জলিল উদ্দিন আৰু ছমৰ উদ্দিন। নিহত দুজনৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰিত বুলি জানিব পৰা গৈছে। Share this:FacebookX Related Post navigation কোকা-কোলা ইণ্ডিয়াই 100% ৰিচাইকেল পিইটি (আৰপিইটি) বটলৰ সৈতে এএছএছপি মুকলি কৰে বকোত নিশা ভয়ংকৰ ঘটনা