লাওখোৱা অভয়াৰণ্যৰ এনকাউন্টাৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই.. আজি জুৰীয়াত ঘটনা সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহেৰে আমছুৰ উত্তাল প্ৰতিবাদ।আব্দুল জলিল আৰু ছমিৰ উদ্দিন ।নামৰ ভাতৃদ্বয়ক চোৰাংকৈ মাছমৰাৰ অভিযোগত বনৰক্ষীয়ে গুলীয়াই হত্যা কৰাকলৈ এই উত্তাল প্ৰতিবাদ ।উক্ত ঘটনা সন্দৰ্ভত আমছুৰ দাবী বিভাগীয় কৰ্তৃপক্ষই মানি নল’লে ৰাজ্যজুৰি ভয়াৱহ আন্দোলনৰ হুংকাৰ।আন্দোলনত কোনো ক্ষয়-ক্ষতি হ’লে বিভাগীয় কৰ্তৃপক্ষ দায়ী হ’ব আমছু নহয় বুলিও দিলে সকিয়নি। Share this:FacebookX Related Post navigation নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি টাটা মটৰ্ছে ১ জুলাই, ২০২৪-ৰ পৰা ইয়াৰ বাণিজ্যিক বাহনৰ মূল্য বৃদ্ধি কৰিব