যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ‘ব পাৰে চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলাম।চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলামৰ বিপদ নিশ্চিত !ডা০ সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে আই পি চি ৩৭৬(ক) আৰু (খ) নং ধাৰাত আৰোপ।পক্সো আইনৰ ৬নং ধাৰাত দোষী সাৱ্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ‘ব।

Leave a Reply

Your email address will not be published. Required fields are marked *