মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ আতংক, এজনৰ মৃত্যু, কেইবাগৰাকীও সংকটজনক অৱস্থাত চিকিৎসাধীন।যোৰহাট জিলাৰ মৰিয়নী চেলেংহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বহুকেইটা অঞ্চলত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱে দেখা দিছে। চেলেংহাটৰ অভয়পুৰীয়া গাঁৱৰ ভলকচুকৰ প্ৰদীপ বৰা নামৰ ৭০ বছৰীয়া ব্যক্তিজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ JMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে। আনহাতে গাঁওখনৰ বৰা চুকৰ এগৰাকী ১৬ বছৰীয়া যুৱতী আৰু এজন যুৱক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *