অগ্নিকাণ্ডই বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কিয়নো বিস্ফোৰিত হৈছে এটাৰ পাছত আনটো চিলিণ্ডাৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দ্ৰুতগতিত বিয়পি পৰিছে জুই ।অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে সমগ্ৰ মেলা অঞ্চলটোত এক বিশৃংখলতাৰ পৰিস্থিতি সৃষ্টি হৈছে।জানিব পৰা মতে বিবেকানন্দ সেৱা সমিতি বাৰাণসীৰ কেম্পত ৰন্ধাৰ সময়ত এই জুইৰ সূত্ৰপাত হয়। যাৰ ফলত ভস্মীভূত বয় ২০ৰ পৰা ২৫টাকৈ কেম্প।ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। কিন্তু ছেক্টৰ ৫ৰ জুই ক্ৰমান্বয়ে ১৯ আৰু ২০ছেক্টৰলৈ বিয়পি পৰিছে। Share this:FacebookX Related Post navigation পুনৰ বাংলাদেশী নাগৰিকক আটক প্ৰধানমন্ত্ৰী মোদীয়ে গ্লোবেল এক্সপোত জেএছডব্লিউ এমজি মটৰ পেভিলিয়নত ইভি উদ্ভাৱনৰ বাবে সমৰ্থন প্ৰদৰ্শন কৰে