বিদ্যুৎ যোগান নধৰাক কেন্দ্ৰ কৰি লামডিং নিশাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লামডিঙৰ সৰ্ব সাধাৰণ ৰাইজক প্ৰতিদিনে বিদ্যুতে জ্বলা-কলা খোৱাই অহাত ক্ষুব্ধ হৈ পৰে স্থানীয়লোক।বৃহস্পতিবাৰে নিশা লামডিঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত পুৰুষ মহিলাই চৰকাৰ মুৰ্দাবাদ, ৰাকাৰ প্ৰতিশ্ৰুতি ব্যৰ্থ, বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। Share this:FacebookX Related Post navigation ভিয়ে প্ৰিপেইড গ্ৰাহকসকলৰ বাবে অতিৰিক্ত ডাটা আৰু অ’টিটি ভাট্টাৰ সৈতে স্বাধীনতা দিৱসৰ অফাৰ সমূহ আৰম্ভ কৰে চাপৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা