বানৰ মাজতে হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঠেপলাগুৰিত অঘটন৷ বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে দুচকীয়া বাহনৰ চালকসহ এগৰাকী মহিলাক৷ বাঢ়নী পানীৰ বাবে পথছোৱাৰে প্ৰশাসনে বন্ধ কৰি দিছিল যাতায়াত৷ প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা কৰাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা৷ Share this:FacebookX Related Post navigation বতৰক লৈ ডাঙৰ আপডেট আমাজনৰ সামূহিক ব্যস্ততাৰ পদক্ষেপে ৭.৮ নিযুতৰো অধিক জীৱনপ্ৰভাৱিত কৰিছিল