নগা দুস্কৃতিকাৰীৰ সন্ত্ৰাসত নহয়, এইবাৰ বাঘৰ সন্ত্ৰাসত থৰহৰি কম্পমান হৈছে মেৰাপানী সীমান্তৰ এখন গাঁৱৰ ৰাইজ।নাহৰফুটুকীয়ে ভেলৌগুৰি জয়পুৰ গাঁৱত মুক্ত বিচৰণ কৰি গাঁৱখনত সৃষ্টি কৰিছে আতংকৰ।ইতিমধ্যে বাঘটোৱে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ পোহনীয়া গৰু- ছাগলী আক্ৰমণ কৰি আহত কৰিছে । বাঘৰ ভয়ত সন্ধিয়াতেই দুৱাৰ মাৰি ঘৰৰ ভিতৰ সোমাইছে গাঁৱবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *