আটক বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছ সহ আটক কচুৱা থানাৰ অন্তৰ্গত ১ নং ফাকলি পথাৰৰ জহিৰুল ইছলাম। ধৃত জহিৰুল ইছলামে বটদ্ৰৱাৰ কদমনিৰ শ্বিৰাজুল ইছলামৰ পৰা কচুৱালৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ বাবে লৈ যোৱা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে। Share this:FacebookX Related Post navigation নিছান মটৰ ইণ্ডিয়াই বানপীড়িত গ্ৰাহকসকলক সহায় আগবঢ়াইছে মৰিগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান