মেচ ফিক্সিঙৰ অভিযোগত ICCৰ শাস্তিৰ সন্মুখীন শ্ৰীলংকাৰ স্পীনাৰ প্ৰবীন জয়াৱিক্ৰাম। এবছৰৰ বাবে ICCয়ে আৰোপ কৰিলে নিষেধাজ্ঞা। এই সময়ছোৱাত কোনোধৰণৰ ক্ৰিকেটত অংশ ল’ব নোৱাৰিব প্ৰবীন জয়াৱিক্ৰামে। ICCৰ ২.৪.৭ ধাৰাৰ অধীনত জয়াৱিক্ৰামৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ। Share this:FacebookX Related Post navigation এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এআইএক্স কানেক্টৰ সৈতে একত্ৰিত হৈ ভৱিষ্যতৰ বিকাশৰ বাবে সুশৃংখলিত কৰে কাৰ্য-কলাপসমূহ পুনৰ বোমা বিস্ফোৰণ