চুৰ ধৰাত ব্যৰ্থ মৈৰাবাৰী আৰক্ষী। মৰিগাঁৱৰ মৈৰাবাৰীত ড্ৰাগছ আসক্ত চুৰৰ সন্ত্ৰাস অব্যাহত । নিৰব মৈৰাবাৰী আৰক্ষীৰ নাকৰ তলেদি নিতৌ সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা । ড্ৰাগছ আসক্ত চুৰে চুৰি কাণ্ড সংঘটিত কৰি চুৰি সামগ্ৰী বিক্ৰী কৰি আহিছে ড্ৰাগছ সৰবৰাহকাৰীক। কুখ্যাত চুৰ শুকুৰ আলীয়ে সমগ্ৰ ঘটনা স্বিকাৰ কৰাৰ পিছতো গুৰুত্ব নাই আৰক্ষীৰ । উল্লেখ্য যেযোৱা কালি শুকুৰৰ সহযোগী মোস্তাফা আহামেদ নামৰ আনটো চুৰক ৰাইজে আটক কৰি ঘটাই দিছিল মৈৰাবাৰী আৰক্ষীক। এতিয়াও পলাতক ড্ৰাগছ আসক্ত চুৰৰ গেংটোৰ মাষ্টাৰ মাইন চুৰ গাজী। Share this:FacebookX Related Post navigation এছবিআই লাইফ ইঞ্চুৰেন্সে মিৰ্চিৰ সহযোগত “বি স্পেলবাউণ্ড” শীৰ্ষক স্পেল বি ২০২৪ৰ ১৪ সংখ্যক সংস্কৰণ মুকলি কৰিছে পুনৰ জব্দ অৰুণাচলী সুৰা